স্থানীয় বাৰ্তা

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ মৃত্যু ৷

ননৈ : নগাঁও জিলাৰ মৰিকলং জ্যোতিনগৰ নিৱাসী তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ ১৬ জুন মঙ্গলবাৰে পুৱা নিজা বাসভৱনত  পৰলোকপ্ৰাপ্তি হয়৷ মাহদিয়েক পূৰ্বে উচ্চ...

আঘাটপ্ৰাপ্ত শেন চৰাইটোৰ চিকিৎসা ব‍্যৱস্থা কৰে স্থানীয় সংবাদসৱী তথা সচেতন যুৱকে ।

কলিয়াবৰ :  পক্ষী কূলৰ পৰা ক্ৰমাৎ বিলুপ্ত হৈ পৰিছে শেন চৰাই। তেনে এটি শেন চৰাই কলিয়াবৰৰ সৰুভগীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অকস্মাত পৰি যায়...

নাজিৰাৰ গেলেকীৰ ডিএছএ অ’এনজিচি কলনিৰ কোৱাৰেণ্টইন শিৱিৰত চাঞ্চল্যকৰ ঘটনা : বিদ্যুৎস্পষ্ট হৈ থিতাতে মৃত্যু এজন কৰ্মচাৰী ।

নাজিৰা : দেশৰ মহাৰত্ন উদ্যোগ অ'এনজি চি অসম সম্পদৰ অধীনস্থ নাজিৰা মহকুমাৰ গেলেকী ডিএছএ কৰ্তৃপক্ষৰ চৰম অকমৰ্ণতাৰ বাবে যোৱা নিশা কোৱাৰেণ্টইন চেণ্টাৰত বিদ্যুৎস্পষ্ট হৈ...

কন্টেইনমেন্ট জ’ন ঘোষণা কেৱাৰীচুক গাওঁ ।

জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ প্ৰথমগৰাকী কৰ'না আক্ৰান্তক কালি নিশা চিনাক্ত কৰা হয়। ক'ভিড-১৯ৰ উপস্থিত ধৰা পৰা যুৱতীগৰাকী হ'ল অঞ্চলটোৰ গেৰেকীচুক (কেৱাৰীচুক)ৰ শান্তি বৰা(২১)। কৰ্মসূত্ৰে দিল্লীৰ নইদাত থকা যুৱতীগৰাকী...

ডবকা ভেলৌগুৰিত জঘন্য ঘটনা, ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ ।

ডবকা : জঘন্য, অমানৱীয়, মৰ্মান্তিক এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ডবকাৰ ভেলৌগুৰি আদৰ্শ গাঁৱত। এগৰাকী নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰি ঘৰতেই পেলাই থৈ গল...

Popular