স্থানীয় বাৰ্তা

গেলেকী তৈলক্ষেত্ৰত বহি:ৰাজ্যৰ ঠিকা প্ৰতিষ্ঠানৰ ভয়ংকৰ কাণ্ড : অহৰহ খাৰুৱা তেল নিৰ্গমন : বাঘজানৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকাত ভীতিগ্ৰষ্ঠ জনগণ ।

নাজিৰা : চৰকাৰী কৰ্তৃপক্ষ আৰু অইল ইণ্ডিয়া (লি)ৰ চৰম দায়িত্বহীনতাৰ বাবেই বাঘজানত সংঘটিত হোৱা ঘটনাৰ দৰে নাজিৰা মহকুমাৰ গেলেকী তৈলক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হোৱা...

নগাঁও পৌৰ সভাৰ কাৰ্য্যালয়ৰ সভা-কক্ষত নগাঁও পৌৰ সভাৰ উদ্যোগত স্বচ্ছ ভাৰত মিচন ।

নগাঁও : আজি নগাঁও পৌৰ সভাৰ কাৰ্য্যালয়ৰ সভা-কক্ষত নগাঁও পৌৰ সভাৰ উদ্যোগত স্বচ্ছ ভাৰত মিচন (নগৰঞ্চল) ৰ জৰিয়তে ডাষ্টবিন আৰু ট্ৰাইচাইকেল বিতৰণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান...

মুখত নাই মাস্ক, নামানে কোনেও সামাজিক দূৰত্বৰ নিৰ্দেশনা : গাত গা লগাই ৰাইজৰ, বজাৰত আড্ডা, একেডাল বিড়িকেই হুপিছে, একাধিকে হোটেল-ৰেষ্টুৰেণ্টত মাস্ক-হেণ্ডগ্ল’ভ অবিহনে গ্ৰাহকক...

ননৈ : কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ আতংকময় পৰিৱেশৰ মাজতে নগাঁও জিলাৰ বিভিন্ন ঠাইৰ চাৰিআলি, তিনিআলি, বজাৰত বিৰাজ কৰিছে ভয়ংকৰ পৰিৱেশৰ। জিলা খনৰ গ্ৰাম্যাঞ্চলৰ চাৰিআলি, তিনিআলি, বজাৰ সমূহৰ কথাটো বাদেই...

জনসংযোগ সম্পৰ্ক অভিযান, নাই কোনো সামাজিক দুৰত্ব ।

কৰিমগঞ্জ : বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ বৰ্যপূৰ্তি উপলক্ষ্য ৰাইজৰ মাজত চৰকাৰী কাম কাজৰ বাৰ্তা দিবলৈ আৰু সজাগতা সৃষ্টি কৰাৰ বাবে  আৰম্ভ হৈছে জনসম্পৰ্ক অভিযান। আৰু...

নগাঁৱত জনসম্পৰ্ক অভিযান বিধায়ক ৰূপক শৰ্মাৰ ।

ননৈ : ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে জনসম্পৰ্ক অভিযান কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে  আৰম্ভ হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ...

Popular