স্থানীয় বাৰ্তা

কলিয়াবৰৰ ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ বাবে ৫২ কোটি টকাৰ অভিলাষী আঁচনি প্ৰস্তুত। বিধায়কৰ চিগনেচাৰ আঁচনি ১০ কোটি টকাৰে নিৰ্মাণ হ’ব ফুটবল খেলা-পথাৰসহ দুমহলীয়া...

দৈনন্দিন বাৰ্তা : কলিয়াবৰৰ নাগশঙ্কৰস্থিত অলিম্পিয়ান ফুটবলাৰ ডা° টি আওৰ স্মৃতিত উৎসৰ্গীত সমগ্ৰ ভাৰতৰে একমাত্ৰ খেলপথাৰ। ইয়াতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ‍্যৰ এতিয়ালৈকে একমাত্ৰ ক্ৰীড়া পেভিলিয়নখনো...

গহপুৰৰ গমিৰিৰ দুই ব্যৱসায়ী ভাতৃয়ে সংৰক্ষণ কৰি ৰাখিছে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই বহা কাঠৰ আৰামী চকীঃ চৰকাৰী ভাবে সংৰক্ষণৰ আহ্বান ।

ডুবিয়া ৰূপতীৰ্থৰ যাত্ৰী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই বহা এখন কাঠৰ আৰামী চকী নিজ বাসগৃহত সুদীৰ্ঘ বছৰ ধৰি আটোমটোকাৰীকৈ সংৰক্ষণ কৰি ৰাখিছে গহপুৰ মহকুমাৰ গমিৰিৰ প্ৰতিষ্ঠিত...

গহপুৰৰ পূৱ বৰঙাবাৰীৰ নামঘৰত চুৰিকাণ্ড -তীব্ৰ প্ৰতিক্ৰিয়া ।

ডুবিয়া গহপুৰ মহকুমাৰ শঙ্কৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ, পূৱ বৰঙাবাৰী প্ৰাথমিকৰ বৰ নামঘৰত যোৱা নিশা চুৰি কাৰ্য সংঘটিত হয় ৷ মহকুমাটোৰ খাটৰবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয়...

বিস্ফোৰিত বাঘজান গেছ কূপ পৰিদৰ্শন কেন্দ্রীয় পেট্ৰোলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ।

 ডিৰাক সীমান্ত  যোৱা ২৭ মাৰ্চৰ পূৱা বাঘজান ৫ নং গেছ কূপত বিস্ফোৰণ সংঘটিত হৈ অপৰিবৰ্তিত অৱস্থাত নিৰ্গমন হৈ আছিল গেছ আৰু কন্ডেনছেট । চিংগাপুৰৰ পৰা...

গৰৈমাৰীত জি কে এছ প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন ।

সোণতলী ছয়গাঁও, বকো সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবৰ সাধাৰণ সভাখন আজি জ্যেষ্ঠ সমাজকৰ্মী আব্দুৰ ৰহমানৰ সভাপতিত্বত গৰৈমাৰীৰ চিৰাতুনব্বী পুঁথিভড়ালত অনুষ্ঠিত হয়৷ সভাত আগন্তক বৰ্ষৰ বাবে...

Popular