স্থানীয় বাৰ্তা

১০ বছৰে মুকলি নহ’ল বকোৰ বদলা উপ-স্বাস্থ্য কেন্দ্ৰ ৷

সোণতলী  বকো সমষ্টিৰ অন্তৰ্গত বদলাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ প্ৰায় ১০ বছৰে ৰাইজৰ বাবে মুকলি নোহোৱাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে৷ অঞ্চলৰ চিকিৎসাৰ সুবিধাৰ্থে স্বাস্থ্য বিভাগে নিৰ্মাণ...

সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰভাৱ : মাজুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰী আৰতি হাতিমতাক আৰ্থিক সাহাৰ্য্য প্ৰদান শাখা সাহিত্য সভাৰ ।

উজনি-মাজুলী পৰা উজনি-মাজুলী বিকাশ শইকীয়া চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২ শতাংশ নম্বৰলৈ ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মাজুলী বনগাঁও সমীপৱৰ্তী পুখুৰীপৰীয়াচুক গাঁওৰ আৰতি হাটীমতাৰ এতিয়া...

ক’ৰোনা আক্ৰান্ত হোৱা তেজৰ গ্ৰুপ ।

দৈনন্দিন বাৰ্তা ইণ্টাৰনেচনেল ডেস্ক সমগ্ৰ বিশ্বতে ক’ৰোনা ভাইৰাছ সংক্ৰমণ বৃদ্ধি পাই আছে৷ মৃত্যু হৈছে বহু লোক৷ ভাৰতবৰ্ষতো ক’ৰোনাই তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ ফলত আক্ৰান্ত আৰু...

লংকাত বিধ্বংসী অগ্নিকাণ্ড ।

লংকা আজি দুপৰীয়া ভাগত লংকাৰ লংকাপট্ৰীৰ  ১নং বাৰ্ডত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।। অগ্নি কাণ্ডত নুৰুল ইছলামৰ ঘৰৰ এটা শুৱনী গৃহ সম্পূৰ্ণৰূপে জুইত জাহ...

নাজিৰাত ক্ৰমাগত ভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা : অ’ এন জি চিৰ দুই বিষয়াৰ দেহত ধৰা পৰিল ক’ভিড – ১৯ ।

নাজিৰা  ৰাজ্যত নিতৌ কৰ'না সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাটো ক্ৰমাগত ভাৱে ক'ভিড -- ১৯ পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাকলৈ সৰ্বসাধাৰণ জনগণৰ মাজত এক...

Popular