স্থানীয় বাৰ্তা

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিমৰ !

দৈনন্দিন বাৰ্তাৰ আন্তৰ্জাতিক ডেস্ক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিমৰ৷ চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ এই খবৰ৷ প্ৰাপ্ত তথ্য মতে পাকিস্তানৰ কৰাচী চহৰৰ...

অসম – নাগালেণ্ড সীমান্তৰ গেলেকী দেওপানীত সেনা-আৰক্ষীৰ অভিযানঃ পিষ্টল-গুলীসহ এজন দুধৰ্ষ ডকাইত আটক ।

নাজিৰা যোৱা নিশা নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী দেওপানীত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত এজন দুধৰ্ষ ডকাইত আটক হয়।আটকাধীন দুধৰ্ষ ডকাইতজনৰ পৰা এটা পিষ্টল আৰু কেইবাজাই...

টীয়কত শিল্পী সাংস্কৃতিক কৰ্মীলৈ কৃতজ্ঞতামূলক সাহায্য প্ৰদান ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ । সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হৈ শিল্পজীৱী বৰেণ্য ব্যক্তি সকল আৰ্থিক সংগ্ৰামৰ সন্মুখীন হৈছে । এই সময়ত সাংস্কৃতিক কৰ্মী তথা শিল্পীসকলে সমাজলৈ...

বেংকসমূহে লাভ কৰা নাই চৰকাৰৰ নিৰ্দেশাৱলী।লকডাউনকালীন চৰকাৰী সাহাৰ্য ঘোষণাতে আবদ্ধ।

গুৱাহাটী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লকডাউনৰ দীঘলীয়া সময়ছোৱাত ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সকাহৰ বাবে এলানি আৰ্থিক...

কোৱাৰেণ্টাইনৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হওঁক : হিন্দু যুৱ ছাত্ৰ ।

গুৱাহাটী কোৱাৰেণ্টাইনৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে। আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ...

Popular