স্থানীয় বাৰ্তা

লোক সংস্কৃতিৰ বিশিষ্ট গবেষক চাও লোকেশ্বৰ গগৈ চিকিৎসাধীন । আশু আৰোগ্যৰ প্ৰাৰ্থনা ।

ৰহা লোক সংস্কৃতিৰ বিশিষ্ট গবেষক , ৰহাৰ এগৰাকী জেষ্ঠ নাগৰিক , অৱসৰপ্ৰাপ্ত শিক্ষাবিদ , ৰহা নগৰৰ ১নং ৱাৰ্ডৰ গড়মাৰি নিবাসী চাও লোকেশ্বৰ গগৈ চিকিৎসাধীন । যোৱা কালি লোক সংস্কৃতিৰ গবেষক...

মংগলদৈ সমষ্টিত অসম আদৰ্শ গ্ৰাম যোজনাৰ ৫০ লাখ টকা আঁচনিৰ শুভ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা  দৰঙত " অসম আদৰ্শ  গ্ৰাম যোজনা " ৰ অধিনত ৫০ লাখ টকাৰ কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ...

আজমল পাৰফিউম কোম্পানীৰ কৰ্মচাৰী ছমহীয়া সন্তানক বিষ খোৱাই -পিতৃয়ে কিয় আত্মহত্যা কৰিলে ?

কৰিমগঞ্জ কৰিমগঞ্জৰ বাৰইগ্ৰাম এলেকাৰ ইলাশপুৰ গাঁওত আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । সন্তানক বিষ খোৱাই নিজেও  আত্মহত্যা কৰিলে এগৰাকী পিতৃয়ে  । পিতৃ মঞ্জুৰ আহমেদে পুত্ৰক বিষপান...

গৰৈমাৰীত গাওঁ পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰীক কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ : দল বিৰোধী কাৰ্যকলাপ ও দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত ব্লক কংগ্ৰেছৰ এই সিদ্ধান্ত ।

সোণতলী দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত তথা গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ দুখনকৈ গাওঁ পঞ্চায়তৰ পঞ্চায়ত সভানেত্ৰীক দলৰ পৰা বহিস্কাৰ কৰা হয়। উল্লেখ্য যে ভাৰতীয়...

পালছাৰ বাইক চুৰিঃ ব্যৰ্থ আৰক্ষীৰ ।

গুৱাহাটী ।  মহানগীৰত লকডাউনৰ মাজতে চুৰি হ'ল এখন পালছাৰ বাইক।প্ৰাপ্ত তথ্যমতে  বেলতলা চাৰ্ভে অঞ্চলৰ ইয়ুকো বেংকৰ সমীপতে সংঘটিত হয় এইচুৰি কাণ্ড।বাইকখনৰ গৰাকী তথা সংবাদকৰ্মী মোছাদ্দিক হোছেইন উক্ত...

Popular