স্থানীয় বাৰ্তা

দিহিং পাটকাই সুৰক্ষাৰ দাবীত টীয়কত আছু তথা অন্যান্য সংগঠনৰ মানৱ শৃংখল

টীয়কৰ পৰা অঞ্জন প্ৰকাশ দিহিং পাটকাই  সংৰক্ষিত অভয়াৰণ্য সুৰক্ষাৰ দাবীত আৰু মুক্ত কয়লা খননৰ বিৰোধিতাৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আছু, যুৱ ছাত্ৰ পৰিষদ,...

দৰঙৰ কাহিতলীত গৰকাপ্তানি বিভাগে নিৰ্মাণ কৰা বি ইউ জি দলং খুলি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা  দৰঙত বানপানী আৰু লকডাউনৰ সুবিধা গ্ৰহন কৰি গৰকাপ্তানি বিভাগে কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা এখন বি ইউ জি দলং...

পথৰ দাঁতিত শ্ৰমৰ মৰ্যাদাৰে জীৱন সংগ্ৰামত নামি পৰিছে শিক্ষিত যুৱক বিশ্বজিৎ ,মৃদুলে

নগাঁও লকডাউনে  চাৰিওফালে জুৰুলা কৰাৰ সময়তে ৰাজ্যত প্ৰকাশ পাইছে কৰ্মসংস্কৃতিৰ এখনৰ পিছত আন এখন ছৱি ৷ কৰ্ম সংস্কৃতিৰ আন  এক নিদৰ্শন  দেখা পোৱা গ'ল নগাঁও...

“কা” বিৰোধী ঐক্য মঞ্চ,টিংখাঙৰ আহবানত দিনজোৰা অনশন, অখিল গগৈ ,বলদেৱ তেলী ,দেবাংগনা কলিতাৰ মুক্তিৰ দাবী।

টিংখাং নাগৰিকত্ব সংশোধনী আইন বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ তৰফৰ পৰা আহবান জনোৱা দিন জোৰা অনশন কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই আজি  সমষ্টিৰ বিভিন্ন ঠাইত বিভিন্ন দল...

লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ নিম্ন মানৰ খাদ্য সামগ্ৰী বিতৰণ ।

লংকা  লংকাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত নখুটী  অঞ্চলত নিম্নমানৰ খাদ্য সামগ্ৰী বিতৰণ । চাউল, মটৰ মাহৰ বস্তাবোৰত   পিন পিনাই ফুৰিছে পোক পতংগ‌ই ।...

Popular