স্থানীয় বাৰ্তা

সোণতলীত দলং মেৰামতি কাম আৰম্ভ কৰিলে ঠিকাদাৰে : দৈনন্দিন বাৰ্তাত প্ৰকাশ হৈছিল দলং নিৰ্মানৰ দুৰ্নীতিৰ অভিযোগ ৷

সোণতলী   বৃহস্পতিবাৰৰ পৰা আৰম্ভ হল আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী কাঠৰ দলংৰ মেৰামতিৰ কাম ৷ এক বছৰ পূৰ্বে বকোৰ বিধায়িকা নন্দিতা দাসে SOPD ৰ অধীনত ৬৮...

নাজিৰাৰ শিমলুগুৰি জংচনত দ্বিতীয় খন শ্ৰমিক এক্সপ্ৰেছত বহি: ৰাজ্যৰ পৰা আহিল ১৬ জন শ্ৰমিক । কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ ।

দিলীপ হাজৰিকা : নাজিৰা প্ৰথম,দ্বিতীয়,তৃতীয়,চতুৰ্থ পৰ্য্যায়ৰ লকডাউনৰ পিছত  শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে'ল জংচনত আহি পালেহি দ্বিতীয়খন শ্ৰমিক ৰেল৷ তামিলনাডু কম্বতুৰৰ পৰা অহা শ্ৰমিক...

ডবকাৰ চাংমাজীত অঘটন ৷ বাঢ়নী পানীয়ে উটুৱাই নিলে এজনক ৷

ডবকাৰ প্ৰতিবেদক হোজাইত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে আজি ডবকাত সংঘটিত হল অঘটন ৷ ডবকাত বাঢ়নী পানীয়ে এজন যুৱকক উটুৱাই লৈ যায় ৷ যুৱকজন...

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৰৱ প্ৰতিবাদঃ ভয় দেখুৱাই গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ পৰিণতি বিষম হ’ব : বলদেৱ তেলীক শীঘ্ৰে এৰাৰ দাবী ।

দিলীপ হাজৰিকা : নাজিৰা - নাজিৰাৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি জনতাৰ অধিকাৰ নস্যাৎ কৰা...

নাজিৰাত অনুপ,দাদু,ধুনুৰ ছত্ৰছায়াত দিনে নিশাই অবৈধ মাটি খনন : কোৰাণেৰে ধন চপাইছে আৰক্ষী,ৰাজহ চক্ৰ কাৰ্যালয় কৰ্মচাৰীয়ে : বনবিভাগ কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন...

দিলীপ হাজৰিকা : নাজিৰা  -- শিৱসাগৰ জিলা বন সংমণ্ডল বিভাগৰ একাংশ বিষয়া আৰু নাজিৰা মহকুমাৰ একাংশ আৰক্ষী বিষয়াৰ ছত্ৰছায়াত নাজিৰা মহকুমাৰ অন্তৰ্গত শেনআলি,চানবেচা,বাউলীমৈদাম,কপহুৱা,মাদুৰি,মঠিয়াছিগা,মেজেঙ্গা,নামতি,গেলেকীত  দিনে নিশাই...

Popular