স্থানীয় বাৰ্তা

হোজাইৰ ঠেপেলাগুৰিত বানপানীৰ মাজতে পথৰ কাষতেই সত্কাৰ মৃতব্যক্তিক ।

লংকা  হোজাইত কপিলী নৈৰ জলপৃষ্ঠ ফেনেফূটুকাৰে বঢ়াত ,নৈ খনৰ কাষৰীয়া বহু অঞ্চল বৰ্তমান জলমগ্ন। হোজাই জিলাৰ  যমুনাচিট,ৰাইকটা,কোমৰাকটা,ঠেপেলাগুৰী,নভঙা আদি কৰি বহু অঞ্চল বৰ্তমান বানৰ কৱলত। বৰ্তমানো...

লকডাউনৰ সময়তো সক্ৰিয় বনজ সম্পদ লুণ্ঠন অব‍্যাহত

কলিয়াবৰ লকডাঊনৰ জটিল সময়ছোৱাত ৰাজ‍্যত অবৈধ বন সম্পদ ধ্বংস যজ্ঞ অব‍্যাহত। তাৰ মাজতে কলিয়াবৰত চোৰাং কাঠসহ বাহন জব্দ কৰিছে বন বিভাগে। জখলাবন্ধা বন বিভাগে...

গেছৰ অভাৱত বন্ধ উজনিৰ বহু চাহ ফেক্টৰী ! সমস্যাই যেন লগ এৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কক

টীয়ক  অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ  সমস্যা আজি কোনো নতুন খবৰ নহয় প্ৰতিবছৰে কেচাপাতৰ উপযুক্ত মূল্যৰ অভাৱকে আদি কৰি অলেখ সমস্যাই বাধা দি আহিছে এই...

লংকাত কোৱাৰেণ্টাইনত থকা চাৰি ব্যক্তিৰ দেহত ক’ৰোনা

লংকা লংকা চহৰৰ ফাতেমা হোটেল কোৱাৰেণ্টাইনত থকা চাৰিজন লোকৰ দেহত ক'ভিড -১৯ পজিটিভ ধৰা পৰিছে। লোক কেইজন হৈছে আব্দুল ৰহিম, জয়নাল হক, ইকবাল হুছেইন আৰু...

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্ত্তি প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগী

মঙলদৈ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্ত্তি কৰোৱা হ'ল প্ৰথমজন ক'ভিড আক্ৰান্ত ৰোগীক৷ জিলা স্বাস্থ্য বিভাগে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এইকথা প্ৰকাশ কৰিছে। এই ব্যক্তিজন...

Popular