স্থানীয় বাৰ্তা

কপিলী নৈৰ বাঢ়নী পানীৰ কৱলত কামপুৰ

নগাঁও ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ভয়াবহতা মাজতেেই বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল। বিগত কেইটামান দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটোকাৰে উফন্দি উঠিছে...

কেঁচা চাহ পাতৰ মূল্য হ্ৰাস, খেতিয়কৰ ক্ষোভ : মুখ্যমন্ত্ৰী সাহায্য প্ৰদানৰ দাবী

টিংখাং মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো লকডাউন বলবৎ কৰা হয়। এই সময়ছোৱাত বিভিন্ন কৃষি উদ্যোগ আদি বাণিজ্যত বিস্তৰ ক্ষতি সাধন...

বহিঃৰাজ্যৰ পৰা নগাঁৱলৈ শ্ৰমিকৰ প্ৰত্যাৱৰ্তন অব্যাহত : নগাঁৱত ২১জন ক’ভিড-১৯ত আক্ৰান্ত

নগাঁও ক'ভিড-১৯ৰ সংক্ৰমণৰ আশংকাই নগাঁও জিলাবাসীক ত্ৰস্তমান কৰি ৰাখিছে। ইপিনে, তলাবন্ধৰ সময়তে বহিঃৰাজ্যৰ পৰা নগাঁৱলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ থকা ১৪...

কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্গত এলেকাত ১৪৪ ধাৰা জাৰি

কলিয়াবৰ সমাগত বাৰিষাৰ বান। বানৰ ভয়াবহতাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ। কৰ্তৃপক্ষক সহায়ৰ বাবে সকলো প্ৰকাৰে তৎপৰ হৈ উঠিছে কলিয়াবৰ মহকুমা...

শিমলুগুৰিত শ্ৰমিক এক্সপ্ৰেছত চাৰি জিলাৰ ৪১ যাত্ৰীৰ আগমন

নাজিৰা শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শিমলুগুৰিৰ ৰে’লৱে জংচনত আজি বিয়লি প্ৰথমবাৰৰ বাবে বহিঃৰাজ্যৰ পৰা শ্ৰমিক এক্সপ্ৰেছ যোগেদি অহা ৪১ গৰাকী যাত্ৰীক নমোৱাৰ পাছত কোৱাৰেণ্টাইনৰ ব্যবস্থা...

Popular