স্থানীয় বাৰ্তা

নগাঁৱৰ উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ বহুৱাইছে দুৰ্নীতিৰ বজাৰ

নগাঁও নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে লাগি থকা সহকাৰী পৰিকল্পনা বিষয়াৰ কাৰ্যালয়ত এম এছ ডি পি, বিধায়ক আৰু সাংসদ পুঁজিৰ নামত দুৰ্নীতিৰ বজাৰ মুকলি...

ধুবুৰীত ধাৰাষাৰ বৰষুণ, ধুমুহা : বিস্তৰ ক্ষয়ক্ষতি

 ধুবুৰী ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হয়।   ধুমুহা-বৰষুণৰ ফলত ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাট...

গোলাঘাটত ক’ৰোনাৰ সামাজিক সংক্ৰমণৰ আশংকা : চিকিৎসক-নাৰ্চ, স্বাস্থকৰ্মী, ৰোগীসহ কুৱাৰেণ্টাইনত ৪৮

গোলাঘাট ক'ৰোনাই গ্ৰাস কৰিছে গোলাঘাটক৷ ৯জন সুস্থ হৈ উঠাৰ পিছত বৰ্তমানলৈ ৮৪ গৰাকীকৈ আক্ৰান্ত লোকেৰে অসমৰ সৰ্বাধিক আক্ৰান্তৰ সংখ্যা বহন কৰিছে গোলাঘাটে। ইফালে মাত্ৰ দুটা...

কলিয়াবৰত বৰলুইতৰ কালৰূপ ।কলিয়াবৰৰ বৰঘূলীত বৰলুইতৰ বুকুত জাহ গ’ল মছজিদ ।

কলিয়াবৰ এতিয়া কৰ'না সন্ত্ৰাসতকৈও ভয়ানকৰূপে দেখা দিছে বৰলুইতৰ খহনীয়াই। কলিয়াবৰৰ জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিৰ বৰঘূলীত। সহস্ৰাধিক ভূমি, গৃহ বৰলুইতত জাহ যোৱাৰ পিচত ব্ৰহ্মপুত্ৰৰৰ বুকুত...

টিংখাঙত নিজামুদ্দিন ফেৰৎসহ ১৩ জনক কোৱাৰেণ্টাইন

টিংখাং বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ অহা লোকসকলক অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙত কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰে। স্থানীয় প্ৰশাসনে অঞ্চলটোৰ শ্ৰীবাংগোৰ আৰু শ'লগুৰি উচ্চ মাধ্যমিক...

Popular