স্থানীয় বাৰ্তা

হোজাইত আমছুৰ শ্বহীদ দিৱস পালন

ডবকা সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ "শ্বহীদ দিৱস" প্ৰতি বছৰৰ দৰে এইবাৰো কেন্দ্ৰীয়ভাৱে আজি পালন কৰা হয় যদিও ভয়াবহ ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা...

প্ৰিণ্ট, ডিজিটেলৰ নামত সন্থা খুলি সন্ত্ৰাস চলোৱা স্বয়ম্ভূ সাংবাদিক হাচিব উদ্দিন তালুকদাৰক জে’ললৈ প্ৰেৰণ

ডবকা ধন দাবীৰ অভিযোগত মোৰাজাৰ আৰক্ষীয়ে আটক কৰে হোজাই জিলাৰ কপাহবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাভিজুৰী গাঁৱৰ স্বয়ম্ভু সাংবাদিক হাচিব উদ্দিন তালুকদাৰক৷ প্ৰাপ্ত তথ্য মতে কেইবামাহৰ পৰা...

ন-দিহিং নৈ বাঢ়নী পানীয়ে উটুৱাই নিলে জুবিন গাৰ্গ সেতু

ডিৰাক সীমান্ত অসমৰ একেবাৰে পূৱ প্ৰান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিহিঙৰ বুকুত অঞ্চলটোৰ ৰাইজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছিল ৪৯০ মিটাৰ দৈৰ্ঘ্যৰ...

পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি সাকাৰ হ’ল : বিজেপিৰ চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা

নাজিৰা নাজিৰাৰ বাট-পথৰ দুৰাৱস্থাৰ বতৰা নাজিৰাবাসী ৰাইজৰ বাবে নতুন নহয়। ক'ৰোনাৰ আতংকত লকডাউনত বন্দী হৈ ৰোৱা ৰাইজৰ সমুখতো ৰোগীৰ সংস্পৰ্শত ক'ৰোনাত আক্ৰান্ত হোৱাৰ ভয়তকৈ পথৰ...

বোকাজানত পুনৰ দুজনৰ শৰীৰত ক’ভিড-১৯

বোকাজান  বোকাজানত পুনৰ দুজনকৈ ব্যক্তিৰ শৰীৰৰ তেজৰ নমুনাত ক’ভিড-১৯ ভাইৰাছ ধৰা পৰিছে। ইয়াকে লৈ কাৰ্বি আংলং জিলাত মঙলবাৰৰ দুপৰীয়ালৈকে ক’ৰোনা ৰোগীৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পালে৷...

Popular