স্থানীয় বাৰ্তা

বোকাজানত কৰ্তব্যৰত আৰক্ষী বিষয়ক প্ৰহাৰ উদণ্ড দম্পতীৰ

 বোকাজান  বোকাজান নগৰৰ মাজমজিয়াত আজি আৰক্ষী থানাৰ সন্মুখতে থকা এটা আস্থা নামৰ অবৈধ ট্ৰেন্সপ’ৰ্টৰ স্বয়ম্ভূ গৰাকী অমৃত (মদন) মেচ আৰু তেওঁৰ পত্নী ৰীতা দত্ত মেছে...

কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰুদ্দেশক লৈ নগাঁও চহৰত পোষ্টাৰিং

নগাঁও নগাঁও সংসদীয় সমষ্টিৰ  সাংসদ প্ৰদ্যু্ৎ বৰদলৈৰ বিৰুদ্ধে নগাঁও চহৰৰ বিভিন্ন স্থানত কোনো অচিন ব্যক্তিয়ে পোষ্টাৰিং কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে লকডাউনৰ পূৰ্বৰে পৰা...

ডিমৌত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিমৌ ডিমৌত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে উপস্থিত হয়৷ মুখ্যমন্ত্ৰী সোণোৱাল ইয়াত উপস্থিত হৈ পৰিদৰ্শন কৰে ডিমৌৰ  বৰুৱাচাংমাই গাঁওস্থিত শিৱসাগৰ কাৰিকৰী বিদ্যালয়স্থিত কোৱাৰেণ্টাইন কেন্দ্ৰ। লক্ষণীয় যে...

সাপেখাতীত ক’ভিড-১৯ সেৱাত জড়িত চিকিৎসক, সংবাদ কৰ্মী, আৰক্ষীক সম্বৰ্ধনা সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ

সাপেখাতী  অসম এতিয়া সৰ্বত্ৰে মহামাৰী ক’ৰোনাৰ গৰাহত ত্ৰস্তমান হৈ থকাৰ সময়তে জৰুৰীকালীন সেৱাত আত্মনিয়োগ কৰি থকা পুলিচ প্ৰশাসন, চিকিৎসক, সংবাদকৰ্মীকে ধৰি বিভিন্ন স্তৰৰ  লোকসকলে দিনেই...

জামুগুৰিহাটত ছেনিটাইজ ৰক্তদাতা (এইচবিএছ) স্বেচ্ছাসেৱী সংগঠন, অগ্নিনিৰ্বাপক বাহিনীৰ

জামুগুৰিহাট ক’ৰোনাৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে মহামাৰীৰ এই সংক্ৰমণ ৰোধ কৰাৰ বাবে কালি জামুগুৰিহাটৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ দোকান-পোহাৰ, বেংক প্ৰতিস্থান, আৰক্ষী থানা, চিকিৎসালয়, পৰিদৰ্শন বঙলাকে...

Popular