স্থানীয় বাৰ্তা

বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ৪২০ জনলৈ বৃদ্ধি দৰঙত : চিকিৎসালয়ৰ আছুতীয়া কক্ষৰ পৰা ঘৰলৈ যাবলৈ অনুমতি ২৩ গৰাকী লোকক

মঙলদৈ বহিঃৰাজ্যৰ পৰা ৰে’লযোগে আহি বৃহস্পতিবাৰে পুনৰ দৰঙত উপস্থিত হয় ২৭ জন লোক। এই লোকসকলক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত কোৱাৰাণ্টাইনত  ৰখাৰ...

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনা যোৰহাটৰ বিশিষ্ট চাহ উদ্যোগপতি কমল জালানৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আহ্বান : অসমৰ চাহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অপ্ৰাণ চেষ্টা

টীয়ক বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। অসমৰ চাহে আন্তঃৰাষ্ট্ৰীয় বজাৰত এক সুকীয়া আসন ইতিমধ্যে দখল কৰিছে৷ ৰাজ্যখনৰ অৰ্থনীতিৰ ই মেৰুদণ্ডস্বৰূপ, অৱশ্যে বৰ্তমান দেশত চলি থকা লকডাউনৰ...

সোণতলীত নিৰ্যাতিত তিনি সন্তানৰ মাতৃ : এজাহাৰ দাখিল আমিৰ আলীৰ বিৰুদ্ধে

সোণতলী প্ৰতিগৰাকী নাৰীয়ে বিচাৰে এগৰাকী জীৱন সংগী  আৰু এই জীৱন সংগীক লৈয়ে সপোন দেখে ভৱিষ্যৎ জীৱনৰ৷ জীৱন সংগীক লৈয়ে নাৰীয়ে আৰম্ভ কৰে নতুন জীৱন আৰু...

খটখটিত বৃহৎ সংখ্যক নিচা জাতীয় টেবলেটসহ আটক ১

বোকাজান  প্ৰায় চাৰি দিন পূৰ্বে নগালেণ্ড সীমান্তৰ খটখটি আৰক্ষীৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিয়মীয়া তালাচীত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ পাছত বুধবাৰৰ নিশা...

দৰঙত ইমামসকলৰ সৈতে উপায়ুক্ত : কোনো কাৰণতে সমূহীয়া নামাজৰ অনুমতি দিয়া নহ’ব

মঙলদৈ ইছলামধৰ্মী লোকসকলৰ ঈদলৈ মাজত মাথোঁ কেইটামান দিন বাকী। পৱিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ সময়তে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ সঞ্চালনাত জিলাখনৰ বিভিন্ন...

Popular