স্থানীয় বাৰ্তা

দৰঙত কৃষিমন্ত্ৰী অতুল বৰা, জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ

দৰং  ৰাজ্যত অব্যাহত আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত সংঘটিত বৃহৎ কেলেংকাৰীৰ বাতৰি৷ তাৰ মাজতে দৰঙত দেখিবলৈ পোৱা গ’ল কৃষিমন্ত্ৰী অতুল বৰা আৰু দৰঙৰ...

সাংবাদিক সৈতে দৰঙৰ উপায়ুক্তৰ মত বিনিময় : ঘৰৰ অতিৰিক্ত বিচনা কোৱাৰাণ্টাইন কেন্দ্ৰত দান কৰিবলৈ আহ্বান দৰঙৰ উপায়ুক্তৰ

মঙলদৈ  দৰং জিলাৰ নৱনিযুক্ত উপায়ুক্ত দিলীপ কুমাৰ বৰাই ক'ভিড-১৯ সংক্ৰমণৰ এই জটিল সন্ধিক্ষণতো স্বাস্থ্য ক্ষেত্ৰৰ কামকাজৰ সমান্তৰালকৈ গতিশীল কৰিবলৈ চেষ্টা চলাইছে চৰকাৰৰ বিভিন্ন বিভাগৰ কামকাজ।...

চতুৰ্থ পৰ্য‍ায়ৰ লকডাউন : তৎপৰ কলিয়াবৰ মহকুমা প্ৰশাসন

কলিয়াবৰ  দেশত ক’ভিড -১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশত বলৱৎ হোৱা লকডাউনৰ চতুৰ্থ পৰ্য‍ায়ত ভালেমান শিথিলতা ঘোষিত হৈছে‌। জনসাধাৰণক নিৰ্দ্ধাৰণ কৰি দিছে কিছু বিশেষ সাৱধানতা। সেই...

গোৱালপাৰা ডাক সংমণ্ডলৰ “আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত” অভিযান

ধুবুৰী গোৱালপাৰা ডাক সংমণ্ডলৰ ডাক কৰ্মীসকলে গ্ৰাহকৰ ঘৰে ঘৰে গৈ ডাকঘৰৰ দ্বাৰা উপলব্ধ সেৱাসমূহ বিশেষকৈ ছেভিংছ, ৰেকাৰিং ডিপোজিট, সুকন্যা সমৃদ্ধি একাউণ্ট আৰু ডাক জীৱন বীমাৰ...

নাজিৰাত সূলভ মূল্যৰ সামগ্ৰী বিতৰণত অনিয়ম : ২ সূলভ মূল্যৰ এজেণ্টক নিলম্বন

নাজিৰা  নাজিৰা মহকুমাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অনিয়ম সন্দৰ্ভত সঘনাই অভিযোগ উত্থাপিত হোৱাৰ সময়তে নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে তৎপৰতাৰে অনুসন্ধান কৰি...

Popular