স্থানীয় বাৰ্তা

৫০০ ক্ষৌৰ কৰ্মীক প্ৰদান কৰিলে সাহায্য মঙলদৈ বিধায়কে

মঙলদৈ ক’ৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশ লকডাউনত থকাত মঙলদৈ সমষ্টিৰ অন্তগৰ্ত চেলুনৰ লগত জড়িত ক্ষৌৰ কৰ্মীসকল নিজৰ বৃত্তি চলাই নিব নোৱৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷...

মৎস্য পোনা ব্যৱসায়ৰে স্বাৱলম্বী হোৱাৰ বাট দেখুৱাইছে উচ্চ শিক্ষিত কৰ্মোদ্যমী কৃষক দ্বীপেন চুতীয়াই

ধনশিৰি যিটো সময়ত লক্ষ্য লক্ষ্য অসমীয়া যুৱকে কৰ্ম সংস্হাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়তে বহুতো কৰ্মোদ্যমী অসমীয়া যুৱকে ঘৰতে থাকি বিভিন্ন ধৰণৰ ব্যৱসায় কৰি...

ৰাজহুৱা সম্পদ বিক্ৰী মোডী চৰকাৰৰ : ২২ মে’ত প্ৰতিবাদ মজদুৰ ইউনিয়নৰ

তিনিচুকীয়া ক'ভিড-১৯ ক'ৰোনা ভাইৰাছ মহামাৰীৰ আতংকত গৃহবন্দী জনতাক আত্মনিৰ্ভৰ ভাৰত গঢ়িবলৈ কোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ সম্পদ আৰু শিল্পসমূহ এপদ এপদকৈ পুঁজিপতি গোষ্ঠীৰ...

সোণতলীত দলং নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

সোণতলী মাত্ৰ এক বছৰ পূৰ্বে বকোৰ বিধায়িকা নন্দিতা দাসে এছঅ’পিডিৰ অধীনত ৬৮ লাখ টকাৰ এখন কাঠৰ দলংখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে৷ তাৰে কিছুদিন পিছত...

মিৰ্জাত ২ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ।

নামখলা ক’ৰোনা ভাইৰাছে বৰ্তমান সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰিছে। এই মহামাৰীৰ পৰা অঞ্চলবাসীক ৰক্ষাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে মিৰ্জাৰ দুজন উদ্যমী যুৱক মদন দাস...

Popular