স্থানীয় বাৰ্তা

মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ প্ৰশসংনীয় পদক্ষেপ : অসমত আবদ্ধ হৈ থকা বিহাৰৰ ৬ ব্যক্তিক ৰে’লযোগে প্ৰেৰণৰ ব্যৱস্থা

গুৱাহাটী বিহাৰৰ পৰা প্ৰায় ২০ ব্যক্তিয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহি লকডাউন বাবে অসমত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল৷ ১৮ মাৰ্চত গুৱাহাটী উপস্থিত হৈ কামাখ্যা মন্দিৰ...

ঐতিহাসিক ৰাজমাও পুখুৰীত মৃতদেহ উদ্ধাৰ : নিশা মাছ মাৰিবলৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ

নাজিৰা নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত মঠিয়াছিগা ৰাজমাও পুখুৰীত বুধবাৰে পুৱাভাগত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজৰ পৰা...

কেন্দ্ৰীয় চৰকাৰৰ খচৰা বিদ্যুৎ বিধেয়ক প্ৰস্তুত : আসাম ষ্টেট পাৱাৰ ৱ’ৰ্কাৰ্ছ ইউনিয়নৰ বিৰোধিতা

নাজিৰা ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এখন খচৰা বিদ্যুৎ বিধেয়ক প্ৰস্তুত কৰি অহা ৫ জুনৰ ভিতৰত...

বিধস্ত নাজিৰা-গেলেকী পথ : কাণসাৰ নাই ৰাইজৰ প্ৰতিবাদত নতশিৰ হোৱা গড়কাপ্তানী বিভাগৰ

নাজিৰা অসমৰ মানচিত্ৰতে নহয় ভাৰতৰ মানচিত্ৰত এক সুকীয়া স্হান আছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকীৰ। কেৱল সীমান্ত অঞ্চলৰূপে নহয় দেশৰ ৰাজহুৱা খণ্ডৰ মহাৰত্ন তৈল...

তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডত আটাছুৰ সকীয়নি : শীঘ্ৰে সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী

নাজিৰা ক’ৰোনা সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অসমৰ অবিভক্ত শিৱসাগৰ জিলাৰ অ’এনজিচিৰ অধীনৰ ৮ খন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গতাই দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰাৰ লগতে উক্ত...

Popular