স্থানীয় বাৰ্তা

ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ধৰ্মশালাত আৰক্ষীৰ গুলীত নিহত দুস্কৃতিকাৰী, চাঞ্চল্য

ধুবুৰী ধুবুৰীৰ ধৰ্মশালা আৰক্ষী চকীৰ অন্তৰ্গত সোমবাৰে পুৱতি নিশা দুস্কৃতিকাৰী সৈতে  আৰক্ষীৰ গুলীত এজন ব্যক্তিৰ মৃত্যু হয়। নিহত যুৱকজন কুখ্যাত দুস্কৃতিকাৰী আছিল বুলি মন্তব্য আৰক্ষী শীর্ষ...

লামডিঙৰ আইছ’লেছন ৱাৰ্ডৰ পৰা যুৱকৰ পলায়ন

লংকা  লামডিং ৰে’লৱে  চিকিৎসালৰ পৰা কোৱাৰেণ্টাইনত থকা এজন যুৱক পলায়ন কৰা ঘটনাই সমগ্ৰ চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।  এই ঘটনাৰ পিছত হোজাই জিলা প্ৰশাসনৰ তৎপৰতা পৰিলক্ষিত...

মঙলদৈত আৰক্ষীক মাস্ক, ছেনিটাইজাৰ প্ৰদান সাংসদ দিলীপ শইকীয়াৰ

মঙলদৈ  বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী কৰোণা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত আৰক্ষীয়ে হৈছে প্ৰকৃত যোদ্ধা। নিজৰ জীৱনকো তুচ্ছ কৰি আৰক্ষীয়ে দেশৰ বাবে যি সেৱা আগবঢ়াই আছে তাৰ বাবে...

ইউনিক ব’ণ্ড ফটোগ্ৰাফী গ্ৰুপৰ উদ্যোগত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভোকাতুৰ কপিকুলৰ মাজত ফলমূল বিতৰণ

জামুগুৰিহাট ভয়াৱহ ক’ৰোনা ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বতে  স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ কৰি তুলিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে বৰ্তমান চৰকাৰে চতুৰ্থ পৰ্যায়ৰ লকডাউন...

দৰঙলৈ ১৭৫ জন লোকৰ ৰে’লযোগে বহিঃৰাজ্যৰ পৰা আগমন : আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ

মঙলদৈ  বহিৰাজ্যৰ পৰা দৈনিক দৰংলৈ আগমন ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি সোমবাৰে পুৱতি নিশা পৰ্যন্ত জিলাখনলৈ আগমন...

Popular