স্থানীয় বাৰ্তা

লকডাউনে পোহৰলৈ আনিছে এজনৰ পাছত এজন প্ৰতিভা : টীয়কৰ যুৱ শিল্পীৰ কণ্ঠই মোহিছে বিভিন্নজনক

টীয়ক লকডাউন যদিও সকলোকে গৃহবন্দী কৰিছে বা বিভিন্ন ক্ষেত্ৰত সকলো হাহাকাৰ অৱস্থাত পৰিছে তৎস্বত্বেও এই মহামাৰীয়ে যেন স্তব্ধ কৰিব পাৰ নাই মানুহৰ প্ৰতিভাৰ অনান্য যাত্ৰাক৷...

ভোট-জলকীয়াৰ খেতিৰে স্বাবলম্বী হৈছে টীয়কৰ এটা পৰিয়াল

টীয়ক ভোট-জলকীয়াৰ খেতি কৰি এতিয়া সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে টীয়কৰ কাৱৈমাৰীৰ এটা পৰিয়ালে। লকডাউনৰ ফলত সৰ্বত্ৰে হাহাকাৰ পৰিস্থিতিৰ বিপৰীতে টীয়কৰ অনুজ বৰুৱা আৰু তেওঁৰ...

নাজিৰাত বিশুদ্ধ খোৱা পানীৰ নামত আৰ্চেনিক যুক্ত পানী সেৱনেৰে তৃষ্ণা নিবাৰণ

নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ বৰমূৰীয়াসকলৰ কৃপাত মহকুমাবাসীয়ে বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ নামত আৰ্চেনিক যুক্ত পানী সেৱনেৰে তৃষ্ণা নিবাৰণ কৰি ভয়াবহ...

চেলেংহাটৰ হাবিৰ মাজত উদ্ধাৰ হোৱা অৰ্ধগলিত মাছকলৈ সৰ্বত্ৰে চৰ্চা

টীয়ক  সমগ্ৰ দেশ তথা ৰাজ্যৰ জনতা ক’ৰোনা ভাইৰাছৰ ত্ৰাসত গৃহবন্দী হৈ থকাৰ মাজতে শনিবাৰে মৰিয়নিৰ চেলেংহাট পদুমণি চেতিয়া গাঁৱৰ মনিবাৰী নামৰ এখন হাবিত বিয়লি স্থানীয়...

কলিয়াবৰত সামাজিক অনুষ্ঠানৰ সহযোগত আৰক্ষীৰ সজাগতা অভিযান

কলিয়াবৰ মাস্ক পৰিধানৰ বাবে কলিয়াবৰত সজাগতা অভিযান অনুষ্ঠিত হয়। পুৱেৰণ সংঘৰ সহযোগত চুলুং আৰক্ষীয়ে নলতলিত চলায় এই অভিযান। মাস্ক নিপিন্ধা ব্যক্তিক মাস্ক উপহাৰ দি পৰিধানৰ...

Popular