স্থানীয় বাৰ্তা

গোলাঘাটত বনৰীয়া মহৰ সন্ত্ৰাস

গোলাঘাট গোলাঘাট চহৰৰ দাঁতিকাষৰীয়া তৰফাট আহোম গাঁৱত এইবাৰ বনৰীয়া মহৰ সন্ত্ৰাস। মঙলবাৰে পুৱা প্ৰায় ৫ বজাত গাঁওবাসীয়ে প্ৰত্যক্ষ কৰে উদভ্ৰান্ত হৈ থকা এটা বনৰীয়া মহ।...

গোলাঘাটত ছাত্ৰ সংগঠনৰ যৌথ গোটে দিন হাজিৰা কৰা, গাড়ী চালক, মুচি বৃত্তিধাৰীৰ আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ

গোলাঘাট তৃতীয় পৰ্যায়ৰ লকডাউনে একপ্ৰকাৰ দিশহাৰা কৰি পেলোৱা শ্ৰমজীৱী লোকসকলৰ কাষত থিয় দিলে গোলাঘাটৰ কেইবাটাও ছাত্ৰ সংগঠনে। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পৰ্যায়ৰ সাধাৰণ...

ক’ৰোনা সংক্ৰমণ ৰোধৰ প্ৰচেষ্টা ৰক্তদাতা (এইচবিএছ)ৰ : জামুগুৰিহাটত ছেনিটাৰাইজ

জামুগুৰিহাট ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে জামুগুৰিহাটক বীজানুমুক্ত কৰি তুলি ৰাইজক কিছু সকাহ দিবলৈ ছেনিটাৰাইজ কৰে ৰক্তদাতা (এইচবিএছ) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে৷ সোমবাৰে বিয়লি...

বকোৰ বৰুৱা বালিঝাৰত এক হৃদয় বিদাৰক ঘটনা : ভঙা ওপজাত দুৰ্বিষহ জীবন যাপন এটি কিশোৰৰ

বকো দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৰুৱা বালিঝাৰত এটি কিশোৰৰ জীবন যাপনত আহিছে অনেক ঘাত প্ৰতিঘাত। সমগ্ৰ ভাৰতবৰ্ষতেই চলি আছে লকডাউন তাৰ মাজতেই প্ৰকৃতিয়েই যেন...

অসমলৈ আহিবলৈ উদগ্ৰীৱ ২৩ জন শ্ৰমিক, ১৩০ কিলোমিটাৰ পদব্ৰজে কৰিছে যাত্ৰা : দলত জখলাবন্ধাৰ অভিজিত দাস আৰু এগৰাকী যুৱতী

কলিয়াবৰ  বহিঃৰাজ‍্যৰ লোকৰ বাবে ৰে'ল যাতায়াত মুকলি হোৱাৰ লগে লগে অসমলৈ আহিবলৈ উদগ্ৰীৱ প্ৰতিজন বহিঃৰাজ‍্যত কৰ্মৰত লোক। ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে খোজকাঢ়ি ঘৰলৈ যাত্ৰা আৰম্ভ...

Popular