স্থানীয় বাৰ্তা

চাহ বাগিচা কৰ্তৃপক্ষৰ হিটলাৰী নীতিৰ বিৰুদ্ধে সৰৱ আটছা স্বতন্ত্ৰ : দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবীৰে জিলা উপায়ুক্তক স্মাৰকপত্ৰ

নাজিৰা   লকডাউনৰ সময়ছোৱাত চৰকাৰে পত্ৰ নং এল ই ১৬/২০১৮/৪০৩৫-৯৮ তাৰিখ ২১ মাৰ্চ , ২০২০ যোগেদি অসমৰ সমগ্ৰ চাহ বাগিচা কৰ্তৃপক্ষক আদেশ জাৰি কৰে যে চাহ...

জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়া কাৰ্যালয়ত লাইনমেন আৰু সহায়কৰ অভাৱ

জামুগুৰিহাট জৰুৰী সেৱাসমূহৰ ভিতৰত বিদ্যুৎ সেৱাও অন্যতম৷ কিন্তু সেই সেৱাৰ লগত জড়িত লোকৰ সংখ্যা যেতিয়া বিভাগটোত তাকৰ হয়, তেতিয়াই দেখা দিয়ে যথেষ্ট সমস্যাৰ৷ তেনে এটি...

ধলাইবিলত পথ দুৰ্ঘটনাত দুজন যুৱক আহত

জামুগুৰিহাট  তলাবন্ধ অব্যাহত থকাৰ মাজতে নদুৱাৰৰ অন্তৰ্গত  ধলাইবিলত মঙলবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন যুৱক। শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী নিবেশৰ অন্তৰ্গত...

মুৰফুলনীত বজ্ৰ পৰি এজনৰ মৃত্যু

মুৰফুলনী গোলাঘাট জিলাৰ বগীজান থানাৰ মুৰফুলনীৰ দখৰা পথাৰ অঞ্চলত ব্ৰজ পৰি এজন ১৭ বছৰীয়া কিশোৰৰ  কৰুণ মৃত্যু হয়৷ আনফালে এগৰাকী ২৬ বছৰীয়া মহিলা গুৰুতৰভাৱে আহত।...

কাকপথাৰত বিশ্ব নাৰ্চ দিৱস পালন

ডিৰাক সীমান্ত 'বিশ্ব নাৰ্চ দিৱস’ সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১২ মে’ তাৰিখে পালন কৰা হয়। মঙলবাৰে এই দিনটোতে শুভ্ৰতাৰ প্ৰতীক আধুনিক নাৰ্চিঙৰ পথ প্ৰদৰ্শক ফ্লোৰেন্স...

Popular