স্থানীয় বাৰ্তা

লকডাউনত শিৱসাগৰত আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ ফিনিক্স ক্ৰিকেট কচিং ক্লাবৰ

শিৱসাগৰ শিৱসাগৰৰ অন্যতম ক্ৰীড়া অনুষ্ঠান ফিনিক্স ক্ৰিকেট কচিং ক্লাবে দেওবাৰে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা আৰু অতি দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।...

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যিক ভিত্তিত ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ অনলাইন মেধা পৰীক্ষা সম্পন্ন

বোকাখাতকভিড-১৯ক ৰোধিবলৈ দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনে সমাজৰ বৌদ্ধিক অগ্ৰগতিক স্থবিৰ কৰাৰ পথত। সেয়েহে সম্প্ৰতি ঘৰতে সোমাই থাকি টেলিফোন আৰু ইণ্টাৰনেটক সাৰথি কৰি...

তৃতীয় পৰ্যায় লকডাউনৰ সময়ত বোকাজানত জনসমাগম : ৰাস্তাত গাড়ী মটৰৰ পয়োভৰ

বোকাজান ক’ৰ’ণা ৰোধৰ বাবে পৰা তৃতীয় পৰ্যায় লকডাউনৰ আৰম্ভণি সময়ত বোকাজানৰ ৰাস্তা-ঘাট, হাতে-বজাৰে ৰাইজৰ জনসমাগম দেখিবলৈ পোৱা গৈছে। স্বতঃস্ফূৰ্তভাৱে একাংশ লোকে দুচকীয়া, চাৰিচকীয়া বাহন লৈ...

লকডাউনৰ মাজতো মঙলদৈত মানৱতাৰ জয়গান : ইউনিটিৰ ৫২ সদস্যৰ ৰক্তদান

মঙলদৈ বিশ্ব চৌদিশে ক’ৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ মাজতো 'ইউনিটি- উই দ্যা ব্লাড ড'নাৰছ'- নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে গাইছে মানৱতাৰ জয়গান। লকডাউনৰ সময়ছোৱাত আজিলৈ ৫২ জন সদস্যই...

গুৱাহাটীৰ অমিয় নগৰত দৰিদ্ৰ লোকক সাহায্য ইণ্ডিয়ান বেংকৰ

গুৱাহাটীভাৰতৰ জনগণ ক’ভিড-১৯ ৰোধ কৰাৰ যুঁজ অব্যাহত ৰাখিছে৷ আনহাতে ক’ভিড-১৯ক ৰোধ কৰাৰ অৰ্থে দেশজুৰি লকডাউন অব্যাহত আছে৷ সোমবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে৷...

Popular