স্থানীয় বাৰ্তা

সোণতলীত দলং নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

সোণতলী মাত্ৰ এক বছৰ পূৰ্বে বকোৰ বিধায়িকা নন্দিতা দাসে এছঅ’পিডিৰ অধীনত ৬৮ লাখ টকাৰ এখন কাঠৰ দলংখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে৷ তাৰে কিছুদিন পিছত...

মিৰ্জাত ২ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ।

নামখলা ক’ৰোনা ভাইৰাছে বৰ্তমান সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰিছে। এই মহামাৰীৰ পৰা অঞ্চলবাসীক ৰক্ষাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে মিৰ্জাৰ দুজন উদ্যমী যুৱক মদন দাস...

মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ প্ৰশসংনীয় পদক্ষেপ : অসমত আবদ্ধ হৈ থকা বিহাৰৰ ৬ ব্যক্তিক ৰে’লযোগে প্ৰেৰণৰ ব্যৱস্থা

গুৱাহাটী বিহাৰৰ পৰা প্ৰায় ২০ ব্যক্তিয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহি লকডাউন বাবে অসমত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল৷ ১৮ মাৰ্চত গুৱাহাটী উপস্থিত হৈ কামাখ্যা মন্দিৰ...

ঐতিহাসিক ৰাজমাও পুখুৰীত মৃতদেহ উদ্ধাৰ : নিশা মাছ মাৰিবলৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ

নাজিৰা নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত মঠিয়াছিগা ৰাজমাও পুখুৰীত বুধবাৰে পুৱাভাগত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজৰ পৰা...

কেন্দ্ৰীয় চৰকাৰৰ খচৰা বিদ্যুৎ বিধেয়ক প্ৰস্তুত : আসাম ষ্টেট পাৱাৰ ৱ’ৰ্কাৰ্ছ ইউনিয়নৰ বিৰোধিতা

নাজিৰা ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এখন খচৰা বিদ্যুৎ বিধেয়ক প্ৰস্তুত কৰি অহা ৫ জুনৰ ভিতৰত...

Popular