স্থানীয় বাৰ্তা

বিধস্ত নাজিৰা-গেলেকী পথ : কাণসাৰ নাই ৰাইজৰ প্ৰতিবাদত নতশিৰ হোৱা গড়কাপ্তানী বিভাগৰ

নাজিৰা অসমৰ মানচিত্ৰতে নহয় ভাৰতৰ মানচিত্ৰত এক সুকীয়া স্হান আছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকীৰ। কেৱল সীমান্ত অঞ্চলৰূপে নহয় দেশৰ ৰাজহুৱা খণ্ডৰ মহাৰত্ন তৈল...

তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডত আটাছুৰ সকীয়নি : শীঘ্ৰে সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী

নাজিৰা ক’ৰোনা সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অসমৰ অবিভক্ত শিৱসাগৰ জিলাৰ অ’এনজিচিৰ অধীনৰ ৮ খন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গতাই দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰাৰ লগতে উক্ত...

দৰঙৰ ছিপাঝাৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মনিকা বৰগোহাঁইৰ যোগদান

দৰং  ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মঙগলবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে মনিকা বৰগোহাঁয়ে৷ দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰৰ উপস্থিতিত ছিপাঝাৰ উন্নয়ন...

মঙলদৈত ক’ভিড-১৯ৰ নতুন কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনৰ বুজ ল’লে মন্ত্ৰী ভবেশ কলিতাই

মঙলদৈ ৰাজ্যত বহিঃৰাজ্যৰ পৰা নিতৌ শ শ লোকৰ গৃহমুখী আগমণ ঘটাৰ  লগে লগে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ সমান্তৰালকৈ দৰঙৰ গৃহমুখী লোকসকলৰ সফল...

শীতলপাটী গাঁৱৰ পথ নিৰ্মাণৰ আঁচনি সলনি : স্মাৰকপত্ৰ প্ৰদান, আন্দোলনৰ হুমকি

ডিৰাক সীমান্ত ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকজান গাঁও পঞ্চায়তৰ অধীনস্থ চুক্ৰেটিং চাহ বাগিচাৰ কাষত থকা শীতলপাটী এখন ভিতৰুৱা আৰু অতি অনুন্নত গাঁও৷ শীতলপাটী গাঁৱলৈ...

Popular