স্থানীয় বাৰ্তা

কলিয়াবৰত সাতটা কোৱেৰাণ্টাইন কেন্দ্ৰ স্থাপন : ৩৪৮ খন বিচনাৰে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন, চিকিৎসা, আৰক্ষী বিভাগ

কলিয়াবৰ  বহিঃৰাজ‍্যৰ পৰা ৰে'লেৰে সোঁত বৈছে অজস্ৰ লোক। ক’ৰোনা সংক্ৰমণৰ বিৰুদ্ধে সাজু হৈছে কলিয়াবৰ মহকুমা প্ৰশাসন। বহিঃৰাজ্যৰৰ পৰা আহি কলিয়াবৰৰ বিভিন্ন স্থানলৈ আহিব লগা লোকসকলৰ...

চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী বাছনিত বিয়াগোম কেলেংকাৰী : গৰৈমাৰী খণ্ড উন্নয়ণ বিষয়াসহ গ্ৰেপ্তাৰ ৪

সোণতলী লকডাউনৰ সময়চোৱাত চৰকাৰে দুখীয়া ৰাইজৰ বাবে আগবঢ়োৱা হ্ৰস্ব ম্যাদি আঁচনিসমূহ এতিয়া একাংশ বিষয়া-কৰ্মচাৰী আৰু জনপ্ৰতিনিধিৰ বাবে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ৷ দুখীয়া লোকক...

গোলাঘাটত পুনৰ দুজন ক’ভিড পজিটিভ

গোলাঘাট দেওবাৰে ৰে’ল যোগে গোলাঘাটলৈ আহিল বহিঃৰাজ্যৰ বহু যুৱক-যুৱতী। অসমত ক’ৰোনা সংক্ৰমণৰ প্ৰথম পৰ্যায়তে সৰ্বাধিক ৯ জনকৈ ক’ৰোনা পজিটিভ ৰোগীৰে গোলাঘাট জিলা অসমৰ শীৰ্ষস্থানত থকাৰ...

লংকাত চাইল্ড লাইন আৰু আইন সেৱা প্ৰাধিকৰণৰ যুটীয়া অভিযান

লংকা লংকাৰ পাঞ্জাৱী বস্তিৰ অৱতাৰ সিঙৰ বাসগৃহৰ পৰা সোমবাৰে এগৰাকী ১০ বছৰীয়া বনকৰা কিশোৰী উদ্ধাৰ হোৱা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে ১০ বছৰীয়া...

যুগ্ম জীৱনৰ পাতনি মেলিলে নলবাৰীৰ এগৰাকী নাৰ্চে

নলবাৰী অব্যাহত আছে মাৰাত্মক ক’ভিড-১৯ ক’ৰোনা ভাইৰাছৰ আতংক৷ ক’ৰোনাৰ বিৰুদ্ধে  চলিছে নিৰন্তৰ যুঁজ। সম্মুখৰ পৰা দিন ৰাতি এক কৰি এই যুঁজ  চলাই গৈছে স্বাস্থ্য  কৰ্মীসকলে।...

Popular