স্থানীয় বাৰ্তা

পদুমনিত আত্মসহায়ক গোটৰ মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি

ধনশিৰিক'ভিড ১৯ৰ মহামাৰীৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱা বাবে প্ৰতিটো অঞ্চলত  মাস্কৰ চাহিদা পুৰণ কৰিবলৈ...

পতাকা উত্তোলন আৰু স্মৃতি তৰ্পনেৰে দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সামৰণি

সমগ্ৰ বিশ্বৰ লগতে দেশত সৃষ্টি হোৱা অদৃশ্য শত্ৰু ক’ৰ’ণাৰ আতংকৰ বাবে এইবাৰ অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু বাপতি সাহোন ৰঙালী বিহু উদ্‌যাপন কৰিব নোৱাৰিলে...

গোলাঘাটত যুৱ সমাজ সেৱক অনুৰাগ চলিহাৰ মহানুভৱতা : চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মীক সম্বৰ্ধনা

গোলাঘাটঅখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গোলাঘাটৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা যুৱ সমাজসেৱক অনুৰাগ চলিহাৰ নেতৃত্বত শনিবাৰে ইতিমধ্যে সেউজ মণ্ডলত প্ৰৱেশ কৰা গোলাঘাটত ক’ৰ’ণাৰ বিৰুদ্ধে...

নুমলীগড়ত বাঘৰ আক্ৰমণত আহত ১

ভাৰত দাস, নুমলীগড়নুমলীগড়ত অব্যাহত আছে বনৰজাৰ সন্ত্ৰাস। বাঘৰ আক্ৰমণত পুনৰ আহত হয় এজন ব্যক্তি৷ নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত ঢলাগুৰি চাহ বাগিচাত শনিবাৰে...

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ : ৩ মে’ত পাথৰিঘাটত সম্বৰ্ধনা আয়োজন

অজয় ডেকা, মঙলদৈ  মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা সাংবাদিক,স্বাস্থ্যকৰ্মী আৰু আৰক্ষীক ৩ মে’ৰ দিনৰ ১০.৩০ বজাত পাথৰিঘাট আৰক্ষী চৌহদত অসমৰ বহু ভাষিক ৱেব নিউজ...

Popular