স্থানীয় বাৰ্তা

লেখাপানী, জাগুনত ৰেচন কাৰ্ড নথকা লোকক বিনামূলীয়া চৰকাৰী চাউল

সুজিৎ হাতীবৰুৱা, জাগুন লকডাউনৰ সময়ছোৱাত খাদ্যৰ অভাৱত খাটি খোৱা লোকসকলৰ এক বৃহৎ অংশ চৰম বিপদত পৰিছে। এই সময়ত সকলোৰে সুবিধা হোৱাকৈ চৰকাৰী সাহায্য পুঁজিৰ পৰা...

ডুমডুমাৰ ন-মেছাকীত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

পৰাগ গগৈ, ডিৰাক সীমান্ত ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত তালাপ খণ্ড বন কাৰ্যালয়ৰ অধীনৰ মেচাকী বনাঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত ন-পথাৰ গাঁৱৰ এজন লোকৰ মৃত্যু হয়৷ মৃদুল...

গৌৰীপুৰত চৰকাৰী বিনামূলীয়া চাউল বিতৰণত অনিয়ম

ছামচুল হক সেখ, গৌৰীপুৰ গৌৰীপুৰৰ উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তত চৰকাৰী বিনামূলীয়া চাউল বিতৰণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। ৰেচন কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা...

দৰঙৰ খটৰা সত্ৰ পুখুৰী আৰু পদ্মাথান পুখুৰীৰ জীৱকুলৰ বাবে খাদ্য যোগান

দ্বীপেন ডেকা, নামখলাদৰং জিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ পুখুৰী আৰু পদ্মাথান দেৱালয়ৰ পদ্মাপুখুৰীত থকা বহু সৰু বৰ কাছ আৰু মাছকে ধৰি শহা, ম’ৰা, হাঁহ, পাৰ...

লাহৰীঘাটত কোৱাৰেণ্টাইনৰ পৰা স্বগৃহলৈ বিদায় ১৫ ব্যক্তি

খাইৰুল ইছলাম, ভূৰাগাঁও মৰিগাঁৱৰ লাহৰীঘাটত এমাহ এদিনৰ অন্তত শুকুৰবাৰে আনুষ্ঠানিকভাৱে কোৱাৰেণ্টাইন গৃহৰ পৰা স্বগৃহলৈ বিদায় দিলে ১৫ গৰাকীকৈ ব্যক্তিক। উল্লেখ্য যে জিলাখনৰ জাগীৰোডৰ ১২ গৰাকী,...

Popular