স্থানীয় বাৰ্তা

জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ মাজুলীৰ সভা সম্পন্ন , চিৰাম আঞ্চলিক সমিতি গঠন । majuli

২৭ মাৰ্চঃ majuli । মাজুলীৰ চিৰাম পঞ্চায়ত ভৱনত দিনৰ ১২ বজাৰ পৰা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ অন্যতম জিলা মাজুলী জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা...

Parag Festival:সোৱণশিৰিত উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগ উৎসৱ

দৈনন্দিন বাৰ্তা সেৱা, সোৱণশিৰি,২৭ মাৰ্চ: উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগস্থলী(Parag Festival)। ২৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা বগুম গাঁৱৰ প:ৰাগত গুমৰাগ আৰু ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰে।(Bagum Village)

Government Sector School:টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৭ মাৰ্চ: টিংখাঙৰ এখন চৰকাৰী(Government Sector School) খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে দেখা গ'ল এক বিপৰীত দৃশ্য।বিদ্যালয়খনত ষষ্ঠ আৰু অষ্টম শ্ৰেণীত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যাপক সমাগম পৰিলক্ষিত হয়।

Chemania Bhaona Competition:বিৰিণাশায়েক লায়েট ভৰলুৱা বৰনামঘৰত চেমনীয়া ভাওনা প্ৰতিযোগিতা

তিতাবৰ সমষ্টিৰ অন্তৰ্গত বিৰিণাশায়েক গাঁও পঞ্চায়ত এলেকাৰ লায়েট ভৰলুৱা গাঁও বৰনামঘৰত ২৫ মাৰ্চৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক চেমনীয়া ভাওনা প্ৰতিযোগিতা(Chemania Bhaona Competition) কালি আনুষ্ঠানিকভাবে উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া (সত্ৰাধিকাৰ) ড৹ বাবুল চন্দ্ৰ দাসে।

এন এইচ এম কৰ্মচাৰীৰ দুৰ্দশা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিলে সাংসদ সুস্মিতা দেৱে । NHM

দৈনন্দিন বাৰ্তাৰ সেৱা , মঙলদৈ বিশেষ সেৱা ,২৬ মাৰ্চ :NHM । ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ 'নিঃক্ষয় পোষণ যোজনা'ত উল্লেখনীয় সাফল্য লাভ কৰাৰ বাবে অসমে...

Popular