স্থানীয় বাৰ্তা

Ras Festival began: ৫০খন পতাকা উত্তোলনৰে আৰম্ভ চিলাপথাৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী সমাৰোহ

আজিৰে পৰা পাচঁদিনিয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱৰ(Ras Festival began) সোনালী জয়ন্তী বৰ্ষ সমাৰোহ। এতিয়া শৰৎ ঋতু। শৰৎৰ পূৰ্ণিমা নিশাত ভগৱান শ্ৰী কৃষ্ণই গোপীৰ সৈতে ৰাস ক্ৰীড়া কৰিছিল।

Mising Olympics: গোগামুখত ১৫ মেগা ইভেন্টত ৩০০০ প্ৰতিযোগীৰে মিচিং অলিম্পিক

মিচিং জনগোষ্ঠীৰ নৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আসক্তি বৃদ্ধি কৰা আৰু মাদকদ্ৰব্য বা নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই ৰাখিবৰ বাবে আৰম্ভ কৰা মিচিং অলিম্পিকে(Mising Olympics) এইবাৰ দ্বিতীয় সংস্কৰণত ভৰি দিলে৷

Foreign Tourists: বিদেশী পৰ্যটক শিলঘাটৰ জাহাজ ঘাটত নামি পালেগৈ গাঁও

প্ৰাকৃতিক, ঐতিহাসিক, সাংস্কৃতিক সমলৰে ভৰপূৰ অসমত এতিয়া দেশী-বিদেশী পৰ্যটকে(Foreign Tourists) ভিৰ কৰিছে। কলিয়াবৰতো লুইতৰ বুকুৰে জাহাজত অসম ভ্ৰমণলৈ আহিছে বিদেশী পৰ্যটক।

Novel Jeora: কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘জেওৰা’ উন্মোচন

গুৱাহাটীৰ পানবজাৰস্থিত ৰেখা প্ৰকাশনত মঙলবাৰে কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ষষ্ঠখন গ্ৰন্থ তথা দ্বিতীয়খন উপন্যাস 'জেওৰা'(Novel Jeora) উন্মোচন কৰা হয়।

West Karbi Anglong: ১৯৫১ চনৰ আগত অহা সকলোৱে পাব ভূমিপট্টাঃ তুলিৰাম ৰংহাং

পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ(West Karbi Anglong) বৈঠালাংছ’স্থিত ছেৰদিহুন আক্লাম ক্ষেত্ৰত আজি ভূমিপট্টা বিতৰণ কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে৷

Popular