স্থানীয় বাৰ্তা

On the occasion of National Sports Day, an exciting traditional boat race event was inaugurated at Morigaon by Smt.Nandita Gorlosa, Minister of Sports and...

On the occasion of National Sports Day, an exciting traditional boat race event was inaugurated at Morigaon by Smt.Nandita Gorlosa, Minister of Sports and Youth Welfare, Government of Assam.ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰিগাঁৱত ৰোমাঞ্চকৰ পৰম্পৰাগত নাও খেল অনুষ্ঠান ,অনুষ্ঠানটো উদ্বোধন কৰে মাননীয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গোৰ্লোছা

Dhubri Women’s protest ধুবুৰী জিলা নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ উদ্যোগত নাৰী নিৰ্য্যাতন, ধর্ষণ, হত্যা আৰু নেচাজাতীয় দ্ৰব্যৰ প্ৰতিবাদত বিক্ষোভ সমদল।

ধুবুৰীত জিলা নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ উদ্যোগত নাৰী নিৰ্য্যাতন, ধর্ষণ, হত্যা আৰু নেচাজাতীয় দ্ৰব্যৰ প্ৰতিবাদত বিক্ষোভ সমদল উলিয়ায়। Dhubri Women's protest হত্যা আৰু...

কামৰূপ মহানগৰ জিলাত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ…

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ কৰা হয়। এবছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ শিশু সকলক পেলু মুক্ত কৰাৰ উদ্দেশ্যে পালন কৰা এই কাৰ্যসূচীৰ অধীনত কামৰূপ মহানগৰ জিলাৰ ১-১৯ বছৰৰ শিশু সকলক চৰকাৰী বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত এলবেনডেজল টেবলেট খুওৱা হ’ব।

সানেকুছিত মীন বিপ্লৱৰ পাছত সেউজ বিপ্লৱেৰে নৱ প্ৰজন্মক উদগণি যোগাইছে নৌ সেনাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া কমলেশ চন্দ্ৰ চৌধুৰীয়ে

কামৰ যে সৰু-বৰ নাই আৰু একাগ্ৰতা থাকিলে এজন সুস্থ সবল মানুহে সকলো ধৰণৰ কাম কৰি সফলতা লাভ কৰাৰ লগতে সমাজ এখনকো আগবঢ়াই লৈ যাব পাৰে তাৰে এক উদাহৰণ হল বৰ্তমান গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ পাঁচ নম্বৰ উপ পথ নিবাসী কমলেশ চন্দ্ৰ চৌধুৰী

Popular