স্থানীয় বাৰ্তা

Government Sector School:টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৭ মাৰ্চ: টিংখাঙৰ এখন চৰকাৰী(Government Sector School) খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে দেখা গ'ল এক বিপৰীত দৃশ্য।বিদ্যালয়খনত ষষ্ঠ আৰু অষ্টম শ্ৰেণীত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যাপক সমাগম পৰিলক্ষিত হয়।

Chemania Bhaona Competition:বিৰিণাশায়েক লায়েট ভৰলুৱা বৰনামঘৰত চেমনীয়া ভাওনা প্ৰতিযোগিতা

তিতাবৰ সমষ্টিৰ অন্তৰ্গত বিৰিণাশায়েক গাঁও পঞ্চায়ত এলেকাৰ লায়েট ভৰলুৱা গাঁও বৰনামঘৰত ২৫ মাৰ্চৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক চেমনীয়া ভাওনা প্ৰতিযোগিতা(Chemania Bhaona Competition) কালি আনুষ্ঠানিকভাবে উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া (সত্ৰাধিকাৰ) ড৹ বাবুল চন্দ্ৰ দাসে।

এন এইচ এম কৰ্মচাৰীৰ দুৰ্দশা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিলে সাংসদ সুস্মিতা দেৱে । NHM

দৈনন্দিন বাৰ্তাৰ সেৱা , মঙলদৈ বিশেষ সেৱা ,২৬ মাৰ্চ :NHM । ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ 'নিঃক্ষয় পোষণ যোজনা'ত উল্লেখনীয় সাফল্য লাভ কৰাৰ বাবে অসমে...

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ আদালতৰসাংবাদিক গ্ৰে্প্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ । Dilwar Hussain Mozumder

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ আদালতৰসাংবাদিক গ্ৰে্প্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ । Dilwar Hussain Mozumder

Nalbari Baibhav Award: ২০২৪-২৫ বৰ্ষৰ ‘নলবাৰী বৈভৱ বঁটা’ বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীলৈ

২০২৪-২৫ বৰ্ষৰ 'নলবাৰী বৈভৱ বঁটা' বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীলৈ৷(Nalbari Baibhav Award)

Popular