Breaking

Browsing Category

স্থানীয় বাৰ্তা

বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ দিছপুৰস্হিত গড়কাপ্তানি প্ৰশিক্ষণ কেন্দ্ৰত আজি ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ জিলা সভাপতি মৃগেন শৰনীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট ব্যক্তি হিচাপে গুৱাহাটী
Read More...

নাজিৰা সমষ্টি বিধায়ক ও বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ সম্ভৱনা : শাসকীয়ৰ…

গেলেকী : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পথত বিধায়ক দেবব্ৰত শইকীয়া। দুই এদিনতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ তথা নাজিৰা সমষ্টিৰ বিধায়ক ও বৰ্তমানৰ ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াক নিযুক্তি
Read More...

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা জাতিটোৰ বাবে অশনি সংকেট : বিধায়ক প্ৰদীপ হাজৰিকা

গেলেকী : নাজিৰা আৰু আমগুৰি সমষ্টিত আজি কিছু দিন ধৰি প্ৰৱলভাৱে ৰাজনৈতিক বতাহ বলিছে। নাজিৰা সমষ্টি কংগ্ৰেছৰ দখলৰ বিপৰীতে আমগুৰি সমষ্টি অগপ দখলত আছে। তাতে আকৌ ২০২১ৰ নিৰ্বাচনী বতাহে দুয়োটা সমষ্টিৰ ৰাইজক গা, মন জুৰি পেলাইছে। কিন্তু ব্যতিক্ৰমী
Read More...

নগাঁৱত ৰ’টাৰী ক্লাৱৰ শিক্ষা সন্মান ২০২০ অনুষ্ঠান

নগাঁও : কালি নগাঁও ৰ'টাৰী ক্লাবৰ উদ্যোগত শিক্ষা সন্মান ২০২০ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই
Read More...

উজনি মাজুলীৰ এলেঙ্গী টকৌবাৰী সত্ৰত অসম দৰ্শন আঁচনিৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কামৰ শুভ উদ্ধোধন

উজনি-মাজুলী : বুধবাৰে সত্ৰনগৰী মাজুলীৰ উজনি মাজুলী এলেঙ্গী টকৌবাৰী সত্ৰলৈ অসম চৰকাৰৰ অনুমোদিত ১০ লাখ টকাৰে অসম দৰ্শন আঁচনিৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কামৰ শুভ উদ্ধোধন কৰা হয়। শ্ৰীৰাম গাওঁ পঞ্চায়ত অন্তৰ্গত বৃহত্তৰ মুদৈবিল অঞ্চলত আটক-ধুনীয়াকৈ এটি
Read More...

সোণতলীৰ পানীখাইতীত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া অব্যাহত ৷ নিমিষতে জাহ গল কোটি টকীয়া জিঅ’ বেগৰ…

সোণতলী, ১৮ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত পানীখাইতীত আজি ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে ৷ উল্লেখ্য যে বিগত দিনৰ ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ ফলত সোণতলীৰ লটুৰাদিয়া, ১নং, ২নং জ্যোতিয়াদিয়া, বৰদিয়া নয়াপাৰা,
Read More...

ঠিকাদাৰৰ গাফিলতিৰ বাবেই নগাঁৱত যুৱকৰ মৃত্যু : উত্তপ্ত পৰিস্থিতি

নগাঁও,১৮ ছেপ্টেম্বৰ: মৰণফান্দত পৰিণত হৈছে নগাঁও চহৰৰ এখন নিৰ্মীয়মান দলং ৷ ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ বাবেই কালি নিশা এগৰাকী যুৱকে মৃত্যুক সাৱটিবলগীয়া ঘটনা সংঘটিত হল নগাঁৱত । উল্লেখ্য, নগাঁও চহৰৰ মাজমজিয়াৰ আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ সমীপতে
Read More...

কাগজ কল বচাওক, শ্ৰমিক বচাওক-এ.আই.চি.চি.টি.ইউ

তিনিচুকীয়া : কাগজ কল বচাওক, শ্ৰমিক বচাওক মূল দাবীৰ ভিত্তিত ৰাজ্যিক কাৰ্যসূচীৰ অংশ হিচাপে এ.আই.চি.চি.টি.ইউ আৰু নিখিল ভাৰত ছাত্ৰ সন্থা(আইছা) ই যৌথভাৱে আজি তিনিচুকীয়াৰ থানা চাৰিআলিত দাবী দিৱস পালনৰ অৰ্থে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ পিছত
Read More...

টিংখাঙৰ জ্যেষ্ঠ শিক্ষক বিদুৰ প্ৰসাদ শৰ্মালৈ জিলা কৃতী শিক্ষকৰ সন্মান

টিংখাং : ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত নাওজান মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদুৰ প্ৰসাদ শৰ্মালৈ শিক্ষা আৰু ডিব্ৰুগড় জিলা প্ৰশাসনে আগবঢ়াইছে কৃতী শিক্ষকৰ বঁটা। শিক্ষা জগতলৈ প্ৰশংসনীয় অৱদান আৰু উল্লেখনীয় সেৱাৰ স্বীকৃতি সৰূপে
Read More...

হোজাইত বন্য হস্তিৰ আক্ৰমনত এজন নিহত

হোজাই, ১৭ চেপ্তেম্বৰঃ হোজাইত বন্য হস্তিৰ আক্ৰমনত নিহত হয় এজন স্থানীয়ৰ। হোজাই শালবাগানত হাতীৰ আক্ৰমত নিহত হয় ৰ্কুকুট বস্তি বন গাওঁৰ বিনু ৰ্কুকুট (৫০) নামৰ লোকজন। অঞ্চলটোত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা উলাই অহা হাতীৰ উপদ্ৰপে বিনষ্ট কৰি আহিছে
Read More...