Breaking

Browsing Category

স্থানীয় বাৰ্তা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিন উপলক্ষে নগাঁৱত ৰক্তদান শিবিৰ ৷ ৰক্তদান শিবিৰ উদ্বোধন বিধায়ক…

নগাঁও : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশজুৰি আজিৰে পৰা আৰম্ভ হোৱা ৰক্তদান শিবিৰ নগাঁও জিলাটো ভাৰতীয় জনতা যুৱ মৰ্চা নগাঁও ,হোজাই, কলিয়াবৰ আৰু কাৰ্বি আংলং জিলাৰ উদ্যোগত আজি দিনৰ ১১ বজাৰ পৰা নগাঁও
Read More...

টিংখাঙত নতুন মুখৰ ব্যক্তিৰ নিৰ্বাচনী তৎপৰতা অব্যাহত : মুখ্যমন্ত্ৰীৰ গুডবুকতো সন্নিবিষ্ট নতুন মুখৰ…

টিংখাং : সমাগত ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত টিংখাং সমষ্টিত কেবাগৰাকী নতুন মুখৰ ব্যক্তিয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ উদেশ্যে ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। সমষ্টিটোত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ব্যক্তিগত সচিব
Read More...

ওদালগুৰি জিলা ছাত্র সন্থাৰ অন্তৰ্গত পানেৰী আঞ্চলিক সমিতি গঠন

টংলা : মঙ্গলবাৰে ওদালগুৰি জিলাৰ পানেৰী জৱাহৰ মজলীয়া বিদ্যালয়ত টংলা আঞ্চলিক ছাত্র সন্থাৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । পুৱা ৯ বজাত পতাকা উত্তোলনেৰে আৰম্ভণি হোৱা এদিনীয়া কাৰ্য্যসূচীত বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পন, বৃক্ষ
Read More...

ভেৰগাঁও সমষ্টিত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

টংলা : ওদালগুৰি জিলাৰ ভেৰগাৱঁৰ বদোৰা আৰু শুক্লাইত বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে দলীয় কৰ্মী সভাত অংশ গ্ৰহণ কৰি কয় যে এইবাৰ বিটিচি নিৰ্বাচনত বিপিএফে অভিলেষ সংখ্যক আসনত জয়ী হব। তেওঁ কয় যে বিপি এফে ৩৭ খন আসনত
Read More...

অনলাইন যোগে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ষান্মাযিকৰ চূড়ান্ত পৰীক্ষা সম্পন্ন

নগাঁও : বিশ্ববিদ্যালয় অনুদান আয়োগৰ নতুন নীতি-নিৰ্দেশনা অনুসৰি নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিগত ১ ছেপ্তেম্বৰৰ পৰা অনলাইনযোগে আৰম্ভ হোৱা বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ ১৪ তাৰিখে সুকলমে সম্পন্ন হৈ যায়‌। অতিমাৰী ক’ভিড-১৯
Read More...

নাজিৰা-শিৱসাগৰ সংযোগী ৰাজপথত তীব্ৰবেগী ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত

গেলেকী : নাজিৰা-শিৱসাগৰ সংযোগী মুখ্য ৰাজপথত তীব্ৰবেগী শিলৰ ডাম্পাৰৰ দৌৰাত্ম। ১৪ ছেপ্তেম্বৰৰ আবেলি সিংহদোৱাৰত তীব্ৰবেগী এখন শিলৰ ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱায় এটা বিদ্যুতৰ খুটাত খুন্দিয়াই বাগৰি পৰে খেতি পথাৰত। বিগত দীৰ্ঘদিনে উক্ত ৰাজপথটো সুচল
Read More...

টংলাত সদৌ বি টি চি ব্ৰাহ্মণ যুৱ পৰিষদৰ কেন্দ্ৰীয় কায্য নিৰ্বাহক সভা। ব্ৰাহ্মণ উন্নয়ন পৰিষদ গঠনৰ…

টংলা : সদৌ বিটিচি ব্যাহ্মণ যুৱ পৰিষদৰ বিশেষ কাৰ্য্য নিৰ্বাহক সভা এখন ৰবিৰাৰে টংলাত সম্পন্ন হৈ যায়। সমাগত বিটিচি নিৰ্বাচনত সংগঠনটিয়ে গ্ৰ্হণ কৰিবলগীয়া ভূমিকা আৰু সাংগঠনিক দিশৰ ওপৰত বিশেষভাৱে ঠাই পোৱা আলোচনাত সদৌ বি টি চি ব্ৰাহ্মণ যুৱ পৰিষদৰ
Read More...

বিলাসীপাৰা গৌৰাং নৈত ৭ কোটি ৪৩ লাখ ৮৮ হেজাৰ টকাৰ পকী দলং নিৰ্মাণৰ কাম শুভ উদ্বোধন বিধায়ক বছিৰ আহমেদ…

বিলাসীপাৰা : নামনি অসমৰ ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম বিধান সভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক তথা প্ৰশাসনিক সম্পাদক, হাফিছ বছিৰ আহমেদ কাছেমীৰ প্ৰচ্যুৰ তত্বাৱধানত বিলাসীপাৰা কঠালদি দ্বিতীয় খণ্ড গৌৰাং নৈত ৭ কোটি ৪৩ লাখ, ৮৮ হেজাৰ
Read More...

নগাআলিকে ধৰি তিনিটা পথৰ আধাৰশিলা : বিধায়ক প্ৰদীপ হাজৰিকাৰ দ্বাৰা দুটা পথ ৰাইজৰ বাবে মুকলি

গেলেকী : ৰাজ্যৰ শাসনভাৰ তথা চৰকাৰ বদলি হ'ল। কিন্তু বিগত দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা নাজিৰা সমষ্টিৰ সমূহ বাট পথৰ আজি পৰ্যন্ত কোনো পৰিৱৰ্তন নহ'ল। নাজিৰা সমষ্টিৰ বিধায়ক ও ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নিজা সমষ্টিৰ সমূহ বাট পথৰ এতিয়া
Read More...

মাস্ক পৰিধান নকৰাকৈ ওলাই নাহিব অন্যথা গ্ৰেপ্তাৰ হ’ব পাৰে আপুনি ৷ শীঘ্ৰেই কঠোৰ হ’ব আৰক্ষী…

নগাঁও, ১৪ ছেপ্টেম্বৰ : নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্য্যালয়ত আজি বাহিনীৰ সোণালী জয়ন্তী অনুষ্ঠানতো সুকলমে উদযাপন কৰা হয় ।১৯৭০ চনৰ ১৪ ছেপ্টেম্বৰত বৰ্তমান মেঘালয়ৰ ৰাজধানী শ্বিলঙত প্ৰতিষ্ঠা লাভ কৰা নৱম অসম আৰক্ষী
Read More...