Breaking

Browsing Category

স্থানীয় বাৰ্তা

সোণতলীৰ বগুৰিগুৰি দলঙেৰে বিপদসংকুল যাত্ৰা : উন্নয়নত পিঠি দিছে বিধায়িকা নন্দিতা দাস

সোণতলী : দক্ষিণ বকো সমষ্টিৰ অতি ব্যস্ততাপূৰ্ণ বগুৰিগুৰি-বটিয়ামাৰী পথৰ বিপদসংকুল ভয়ংকৰ জৰাজীৰ্ণ কাঠৰ দলঙেৰে অঞ্চলবাসীয়ে যাতায়াত অব্যাহত ৰাখিছে ৷ উক্ত গুৰুত্বপূৰ্ণ পথটিৰে প্ৰায় চাৰি-পাঁচখন গাঁৱৰ ৰাইজে বহিৰ্জগতৰ সৈতে যোগাযোগ অব্যাহত ৰাখি
Read More...

দুখীয়া ছাত্ৰ-ছাত্ৰীসহ বিশেষভাৱে সক্ষম লোকক আৰ্থিক সাহাৰ্য্য প্ৰদান সমাজকৰ্মী দিলীপ দাসৰ

নলবাৰী : আজি নলবাৰীস্থিত 'ভাগ্যশ্ৰী টাটা মটৰ্চ 'এ অষ্টম বৰ্ষত ভৰি দিলে। এই উপলক্ষে ভাগ্যশ্ৰী টাটা মটৰছৰ স্বত্বধিকাৰী তথা সমাজকৰ্মী দিলীপ কুমাৰ দাসৰ পিতৃ প্ৰয়াত যমুনা দাসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণৰে অনুষ্ঠানৰ আৰম্ভণি হয়। এই
Read More...

জাহ্নৱী মিনি থিয়েটাৰৰ শুভ মহুৰত

নলবাৰী : আজি নলবাৰী জিলাৰ গণেশ মন্দিৰৰ সমীপৰ চিলাৰায় ভৱনত জাহ্নৱী মিনি থিয়েটাৰৰ শুভ মহুৰত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। এইবেলি জাহ্নৱী মিনি থিয়েটাৰে দ্বিতীয় বৰ্ষত ভৰি দিলে। কেইজনমান থলুৱা যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা জাহ্নৱী মিনি থিয়েটাৰে
Read More...

মথুৰাপুৰৰ কাকতীবাৰীত পিষ্টলসহ দুই যুৱক আটক : শিলৰ ডাম্পাৰত বহিঃৰাজ্যৰ পৰা অস্ত্ৰ সৰৱৰাহ

গেলেকী : শিৱসাগৰ আৰু চৰাইদেউ জিলা অসম-নাগালেণ্ড ও অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত বিদ্ৰোহী সংগঠনসমূহে দীৰ্ঘদিনে আইন বিৰুদ্ধী কাৰ্যকলাপ অব্যাহত ৰাখিছে। দিনে-নিশাই অস্ত্ৰশস্ত্ৰ সৰৱৰাহকে ধৰি ধনদাবী, নিচাযুক্ত দ্ৰব্য প্ৰচলনে স্থানীয়
Read More...

ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ উদ্যোগত জিলা কাৰ্যনিৰ্বাহক সভা

নলবাৰী : বিগত ১৫ বছৰ শাসন কালত তৰুণ গগৈয়ে কৈছিল "হু ইজ বদৰুদ্দিন" কিন্তু এতিয়া বদৰুদ্দিন আজমল তৰুণ গগৈৰ বন্ধু হল। কংগ্ৰেছ দলে নিজৰ স্বৰূপ নিজেই উদঙাইছে, অসমৰ ৰাইজে বুজিবলৈ আন বাকী নাই । বিজেপি দলে অকল খিলঞ্জীয়ায়ে নহয় অসমৰ সকলো ৰাইজৰ পৰা
Read More...

শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অসম দৰ্শন আঁচনিৰ প্ৰেক্ষাগৃহৰ নিৰ্মাণ কামৰ শুভ উদ্ধোধন

উজনি মাজুলীঃ উজনি মাজুলীৰ অন্যতম ঐতিহাসিক শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত সত্ৰখনৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কাৰ্য বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয়। প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা প্ৰেক্ষাগৃহটি
Read More...

নাজিৰা, শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ সৈতে মন্ত্ৰী যোগেন মোহনৰ আলোচনা : চলিত মাহত…

গেলেকী : নাজিৰা, শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ লগতে ৰাজ্যৰ প্ৰায় ১২ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ দীর্ঘ-দীনিয়া সমস্যা সমাধান সন্দৰ্ভত ১০ ছেপ্তেম্বৰৰ দিনা সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ নেতৃত্বই অসম চৰকাৰৰ
Read More...

বিবাহ অনুষ্ঠানৰ কথা কৈ ভুৱা পৰিচয়ৰে টেন্ট হাউচৰ পৰা দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী

ডবকা : লকডাউনৰ বাবে জুৰুলা হৈ পৰিছে ব্যাৱসায়ীসকল। বাদ পৰা নাই প্ৰৱঞ্চক সকলো। সকলোকে চুই গৈছে মহামাৰী কৰোনাই। লকডাউননে জুৰুলা কৰা প্ৰৱঞ্চকে লুটি পুটি খোৱা নতুন কৌশল আৰম্ভ কৰিছে। এইবাৰ দুৰ্বৃত্তই টাৰ্গেট কৰি লৈছে টেন্ট হাউচক। ভুৱা পৰিচয়েৰে
Read More...

ডবকা NRL পেট্ৰল পাম্পত গ্ৰাহকক প্ৰবঞ্চনাৰ অভিযোগ

ডবকা : ডবকাৰ ষ্টেটফেডত থকা NRL পেট্ৰল পাম্পত তেল কম দিয়াক লৈ ট্ৰাক চালক আৰু কৰ্মচাৰীৰ মাজত বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। NRL পেট্ৰল পাম্পত চাৰিখনকৈ ট্ৰাকত তেল ভৰাবলৈ আহিছিল চালক কেইজন। চালক কেইজনে ৪০,০০০ হেজাৰ টকাৰ তেল
Read More...

মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

উজনি মাজুলী : মাজুলী চিকিৎসালয় সমূহত বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে মাজুলী ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গড়মূৰস্থিত পীতাম্বৰদেৱ গোস্বামী অসামৰিক চিকিৎসালয়খনক সম্পূৰ্ণ জিলা পৰ্যায়ৰ চিকিৎসালয়লৈ উন্নীত কৰাৰ লগতে শিশু চিকিৎসা বিশেষজ্ঞ, 
Read More...