Breaking

Browsing Category

স্থানীয় বাৰ্তা

নাজিৰাত আধাৰ কাৰ্ডৰ নামত লানি নিছিগা ভিৰ : ৰাইজক হাৰাশাস্তি

গেলেকী : ক'ভিড-১৯ সংক্ৰমণ ৰোধৰ নামত নাজিৰাত চৰম অৰাজগতাই বিৰাজ কৰিছে। সামাজিক দূৰত্ব, মাৰ্স্ক পৰিধান কৰা এতিয়া ফুটুকাৰ ফেনত পৰিণিত হ'ব ধৰিছে। ৰাজহুৱা স্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ক'ৰনা মহামাৰী সংক্ৰমণৰ পৰা সৰ্তক হোৱা পোষ্টাৰিং
Read More...

নগাঁও বন বিভাগৰ দ্বাৰা চোৰাং কাঠফলা মিলত ব্যৱহৃত জেনেৰেটৰ জব্দ

নগাঁও, ১০ ছেপ্তেম্বৰঃ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে আজি জিলাখনৰ ৰূপহীৰ লতাবোৱা আৰু জুৰীয়াৰ নগাবান্ধা অঞ্চলত অভিযান চলাই দুটাকৈ চোৰাং কাঠ ফলা মিলত
Read More...

নগাঁৱত ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপি দলত যোগদান। নগাঁৱত গুণ্ডাৰাজ কাৰ দিনত চলিছিল সেয়া ৰাইজে…

নগাঁও, ১০ ছেপ্টেম্বৰ : যোগদান কাৰ্যসূচীৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া মণ্ডলৰ উদ্যোগত দেওধৰ পঞ্চায়তত এক যোগদান সভা অনুষ্ঠিত হয়। উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ দেওধৰ পঞ্চায়তৰ অন্তৰ্গত প্ৰায়
Read More...

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দক্ষিণ পকোৱা আঞ্চলিক সমিতিৰ উদ্যোগত পৰিৱেশ সজাগতা সভা আৰু গছপুলি ৰোপণ…

নলবাৰী : আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দক্ষিণ পকোৱা আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় পৰিৱেশ সজাগতা সভা আৰু গছপুলি ৰোপণ কাৰ্যসূচী। দক্ষিণ পকোৱা আঞ্চলিকৰ সাধাৰণ সম্পাদক কিশোৰ ডেকাই আঁত ধৰা আৰু সভাপতি আব্দুল আৱালে সভাপতিত্ব কৰা
Read More...

কিমান সুৰক্ষিত বিত্তীয় প্ৰতিস্থানৰ গ্ৰাহক সেৱা কেন্দ্ৰ সমূহ ? হোজাইৰ এক গ্ৰাহক সেৱা কেন্দ্ৰৰ…

দৈনন্দিন বাৰ্তা ডেস্ক : হোজাই ৰাধানগৰত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড। বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ইউ বি আই বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হয় এই ডকাইতি। বিত্তীয় প্ৰতিস্থানৰ কৰ্মচাৰী সমীৰ ৰয়ে নিজ গৃহলৈ উভতাৰ পথত সংঘটিত হয় এই ডকাইতি
Read More...

কালিবাৰী ৰে’লৱে কলনিত অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ ৷ পূৱ গুৱাহাটী সমষ্টিত ১৫ হাজাৰ প্ৰ পত্ৰ…

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইমাহমান বাকী থকা সময়তে জনসাধাৰণক আকৃষ্ট কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে অৰুণোদয় নামৰ এক অভিলাষী আঁচনি ঘোষণা কৰে৷ ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা আঁচনি খনৰ প্ৰ পত্ৰ জনসাধাৰণৰ মাজলৈ উলিয়াই
Read More...

তিনিচুকীয়াত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ৯৪ সংখ্যক জন্মজয়ন্তী উদ্‌যাপন

তিনিচুকীয়া : তিনিচুকীয়া বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আৰু ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সহযোগত ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ৯৪ সংখ্যক জন্ম জয়ন্তি উপলক্ষে তিনিচুকীয়া থানচাৰিআলিস্থিত থকা ড° ভূপেন হাজৰিকা
Read More...

নলবাৰীত মাস্ক পৰিধান নকৰা পথচাৰীক আৰক্ষীয়ে বিহিলে জৰিমনা

নলবাৰী : হঠাতে নলবাৰী থানাত হুৱাদুৱা। শতাধিক দুচকীয়া আৰু চাৰিচকীয়া বাহনৰে ভৰি পৰিল থানাৰ চৌহদ। নলবাৰীত মাস্ক নিপিন্ধিলে ভৰিৱ লাগিৱ জৰিমণা উল্লেখ যে মহামাৰী কৰণা ভাইৰাছে সমগ্ৰ দেশৰ লগতে নলবাৰীতো সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইতিমধ্যে দৈনিক প্ৰায়
Read More...

মাজুলী জিলাৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন; মুখ্যমন্ত্ৰীসহ মন্ত্ৰী বিধায়ক, সাংসদৰ অংশগ্ৰহণ

উজনি-মাজুলীঃ মাজুলী জিলাৰ পঞ্চম প্ৰতিষ্ঠা দিৱস আজি ঐতিহাসিক দৰিয়াপাৰৰ মাজুলী মহাবিদ্যালয় খেলপথাৰত ক'ভিড-১৯ প্ৰট'কল অনুসৰণ কৰি উদযাপন কৰা হয়। এই অনুষ্ঠানত সমষ্টিটোৰ বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
Read More...

জামুগুৰিহাটত আছুৰ বৃহৎ অঘটন : আছুৰ বৃহৎ সংখ্যক সদস্যৰ লগতে ‘কা’ আন্দোলনকাৰী বিজেপিত…

জামুগুৰিহাট, ৮ ছেপ্টেম্বৰ : ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত সদৌ অসম ছাত্ৰ সন্থাই ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি তুংগত কৰি ৰক্ষাৰ সময়তে আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আছুৰ এক বৃহৎ সংখ্যক সদস্যই ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰে।
Read More...