Breaking

Browsing Category

স্থানীয় বাৰ্তা

‘কা’ বিৰোধী আন্দোলন তীব্ৰ কৰাৰ সংকল্প গ্ৰহণ, ‘কা’ বিৰোধী ঐক্য মঞ্চ টিংখাঙৰ

টিংখাং : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি পুনৰ টিংখাঙৰ ৰাজগড়ৰ ৰাজপথ উত্তপ্ত হৈ পৰে। টিংখাঙৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা প্ৰায় পাঁচ শতাধিকলোকে 'কা' বিৰোধী ঐক্য মঞ্চৰ টিংখাঙৰ পূৰ্ব ঘোষিত কাৰ্যসূচী সফল কৰিবলৈ শ্বহীদ বেদী
Read More...

জামুগুৰিহাটত জনতাৰ মাজত ক্ৰমাৎ হ্ৰাস সজাগ সচেতনতা : জনসাধাৰণৰ মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব

জামুগুৰিহাট : ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পাই অহাৰ বিপৰীতে ক্ৰমাৎ হ্ৰাস পাইছে একাংশ জনতাৰ মাজত সজাগ আৰু সচেতনতা নীতি নিয়ম ৷ আনহাতে আনলক ৪ ত চৰকাৰৰ নীতি নিৰ্দেশনাত যথেষ্ট শিথিলতা প্ৰদান কৰাত একাংশ লোকৰ মাজতো অসচেতনতা
Read More...

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ অন্তৰ্গত বাংনাবাৰী শাখা সমিতিৰ উদ্যোগত বিশেষ…

নলবাৰী : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ অন্তৰ্গত বাংনাবাৰী শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান। বাংনাবাৰী শাখা সমিতিৰ উপদেষ্টা তথা আঞ্চলিক সমিতিৰ প্ৰচাৰ সম্পাদক জিয়াউল ৰহমানে আঁত ধৰা আৰু
Read More...

খটৰা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

অনলাইন বাৰ্তা : মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৪ সংখ্যক তিৰোভাৱ তিথি ৷ ৰাজ্যত পালন কৰা হৈছে মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি ৷ সত্ৰ নামঘৰ সমূহত পুৱাৰে পৰা আৰম্ভ হৈছে নাম - প্ৰসঙ্গ ৷ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ নামঘৰ সমূহ৷ দৰঙৰ
Read More...

ধন বিচাৰি পত্নীক শাৰিৰীক মানসিক অত্যাচাৰ : স্বামীৰ বিৰুদ্ধে থানাত এজাহাৰ

নলবাৰী : প্রায় বাৰ বছৰ পূৰ্বে অগ্নিক সাক্ষী কৰি পত্নীৰ মৰ্যদা দি ঘৰলৈ অনা নিজৰ বিবাহিত পত্নীক একমাত্র ধনৰ লালসাত অকথ্য নিৰ্যাতন চলাই শাৰিৰীক-মানসিকভাবে ভাৰাক্ৰান্ত কৰা এক ঘটনাই নলবাৰীত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অভিযোগ অনুসৰি
Read More...

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত বৰভাগৰ ৬গৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক…

নলবাৰী : আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত শিক্ষক দিৱস উপলক্ষে বৰভাগৰ ৬গৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ক্ৰমে ৰাজ্যিক বঁটা প্ৰাপ্ত বীৰেন্দ্ৰ নাথ শৰ্মা, নাৰায়ণ শৰ্মা, নৰেশ্বৰ ডেকা, ফাইজুদ্দিন আহমেদ, সুৰেশ শৰ্মা,
Read More...

হোজাইত মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাৰ সংবাদমেল

হোজাই : শিক্ষক দিৱসৰ দিনাই ২০১৫ চনত প্ৰি চিনিয়ৰ সাধাৰণ শাখাৰ মাদ্ৰাছা টেট উত্তীৰ্ণ সকলো প্ৰাৰ্থীক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাই। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা বন্ধ কৰাৰ ঘোষণা কৰাৰ পিছতেই এইবাৰ
Read More...

চৰকাৰে নামঘৰলৈ আগবঢ়োৱা অনুদানত উৎফুল্লিত নামঘৰীয়া সমাজ

গুৱাহাটী : স্বাধীনোত্তৰ অসমৰ প্রথমখন চৰকাৰে বৈষ্ণৱ সংস্কৃতিৰ প্রাণকেন্দ্ৰ স্বৰূপ নামঘৰসমূহলৈ ব্যাপক হাৰত আৰ্থিক অনুদান আগবঢ়াবলৈ লোৱা সিদ্ধান্তক সময়োপযোগী অসম হিতৈষী বলিষ্ঠ সিদ্ধান্ত বুলি গণ্য কৰিছে সদৌ অসম নামঘৰীয়া সমাজে ৷ যোৱা ৩১ আগষ্টত
Read More...

সোণতলীত বিধায়িকা নন্দিতা দাসৰ পুত্তলিকা দাহ

সোণতলী : সমাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচন৷ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতাসকলে অৱলম্বন কৰিছে বিভিন্ন ধৰণৰ ৰণকৌশল ৷ নিৰ্বাচনৰ পূৰ্বে নেতা সকলে ৰাইজক কেৱল মিছা প্ৰতিশ্ৰুতি দি ভোট আদায় কৰায় ৰাজনীতি
Read More...

পানেৰীত আক্ৰাছুৰ প্ৰতিবাদী কাৰ্য্যসূচী

টংলা : আজি ওদালগুৰি জিলাৰ পানেৰীত ওদালগুৰি জিলা আক্ৰাছু পশ্চিমে বিধানসভাৰ মজিয়াত বৃহস্পতিবাৰে গৃহীত হোৱা কমতাপুৰ অটোনমাস কাউঞ্চিল কে এ চিৰ বিৰোধিতাৰে অসমৰ বিজেপি চৰকাৰে স্বায়ত্বশাসিত পৰিষদ গঠনৰ নামত কোচ জনগোষ্ঠীক বিভাজন কৰাৰ প্ৰতিবাদত
Read More...