Breaking

Browsing Category

স্থানীয় বাৰ্তা

মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ মুদৈবিল-কুঁহিয়াৰবাৰী পথৰ কালভাৰ্টে বিপদ মাতি আনিছে পথচাৰীৰ

উজনি-মাজুলী : মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত সদাব্যস্ত মুদৈবিল-কুঁহিয়াৰবাৰী গড়কাপ্টানী পথত থকা এটা ভগা কালভাৰ্টে বিপদ মাতি আনিছে পথচাৰীলৈ। উল্লেখ যে, উক্ত পথটো ইতিপূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত
Read More...

সোণতলীৰ চৌধুৰীপামৰ আনোৱাৰ হুছেইনৰ জীৱনত ঘোৰ অমানিষা, অকালতে বিকল দুয়োটা চকু

সোণতলী : দক্ষিণ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলী চৌধুৰীপাম গাঁৱৰ এগৰাকী অসহায় দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাঁথা। পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰী আনোৱাৰ হুছেইনে হঠাতেই দুটি চকুৰে নেদেখা হ'ল ৷ জন্মৰে পৰা এটা চকু বিকল হৈ আছিল যদিও
Read More...

অনুষ্ঠুপীয়াকৈ গুৱাহাটীত ৩৭ তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

গুৱাহাটী : অসমৰ ক্ৰীড়া ইতিহাসৰ নমস্য ক্ৰীড়াবিদ প্ৰথম গৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন ৩ ছেপ্টেম্বৰত আয়োজিত অভিৰুচি ক্ৰীড়া দিৱসৰ ৩৭ তম বাৰ্ষিকী গুৱাহাটীত অনুষ্ঠুপীয়াকৈ উদযাপন কৰা হয় ৷ সম্প্ৰতি মহামাৰী কৰোনা সংক্ৰমণৰ বাবে আজি গুৱাহাটী
Read More...

হোজাইত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-১৯

ডবকা : হোজাই জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড সংক্ৰমন, তাৰ সমান্তৰালভাৱে ধোৱা চাঙত উঠিবলৈ ধৰিছে সামাজিক দূৰত্ব। যমুনামুখ অঞ্চলত বৃহৎ এলেকাৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠান ইউ বি আই বেংকৰ ছবিয়ে আপোনাৰ চকু কপালত তুলিব। পুৰুষ-মহিলা,
Read More...

পূব মাজুলী আঞ্চলিক নাথ-যোগী ছাত্ৰ সন্থা গঠন

উজনি-মাজুলীঃ যোৱা ৩০ আগষ্টত মাজুলী জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ অন্তৰ্গত পূব মাজুলী আঞ্চলিকৰ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সভা খনিত সভাপতিত্ব কৰে যোগী গাঁৱৰ গাওঁ উন্নয়ন সমিতিৰ সভাপতি অনন্ত নাথে | সভা খনিত উপস্থিত থাকে মাজুলী জিলা নাথ-যোগী
Read More...

ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী সন্থাৰ উদ্যোগত আলোচনা চক্ৰ ও মত বিনিময় অনুষ্ঠানৰ আয়োজন

নলবাৰী : সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পী সন্থাৰ উদ্যোগত আজি নলবাৰী চহৰস্থিত হৰিমন্দিৰ প্ৰাংগনত এখন আলোচনা চক্ৰ ও মত বিনিময় অনুষ্ঠান আয়োজন কৰা হয় । লক ডাউনৰ সময়চোৱাত শিল্পী সকলে থিয়েটাৰৰ মঞ্চ এৰিব লগা হৈছে । যাৰ বাবে থিয়েটাৰত জৰিত শিল্পী
Read More...

নলবাৰীৰ বামুন্দিত দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী : নলবাৰী জিলাৰ বামুন্দি গাঁওত আজি এটা দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰ হয় । বামুন্দী গাঁওৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰে এই দুষ্প্ৰাপ্য পক্ষীটো । দুপৰীয়াৰ ভাগত গাঁও খনৰে এজন সচেতন ব্যাক্তিয়ে এই দুষ্প্ৰাপ্য পক্ষীটোক
Read More...

‘কা’ বাতিলৰ দাবীত আছুৰ বাইক ৰেলী

তিনিচুকীয়া ১ ছেপ্তেম্বৰ : জাতি, মাটি, ভেটি ৰক্ষা কথা কৈ প্ৰতিটো পদে পদে জাতিটোক চৰম প্ৰতাৰণা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা ৷ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ
Read More...

নগাঁৱত নতুন উপায়ুক্তৰ আনুষ্ঠানিক ভাৱে দায়িত্বভাৰ গ্ৰহণ

নগাঁও, ১ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত হিচাপে ইতিমধ্যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কবিতা পদ্মনাভনে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে। এই অনুসৰি নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত উপায়ুক্ত
Read More...

জনজাতিকৰণ দাবীত দিছপুৰ লাষ্টগেট, গুৱাহাটীত সদৌ মটক যুৱ-ছাত্ৰ পৰিষদ আৰু কোচ যুৱ পৰিষদৰ উদ্যোগত…

দৈনন্দিন বাৰ্তা ডেস্ক : বছৰ বছৰ ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পৰা দূৰত্ব বজাই ৰখা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ স্থিতি প্ৰদৰ্শন কৰিছে অসমৰ জনগোষ্ঠীয় সংগঠনসমূহে। অসমৰ অন্যতম ভূমিপুত্ৰ মটক আৰু কোচ জনগোষ্ঠীৰ
Read More...