Breaking

Browsing Category

স্থানীয় বাৰ্তা

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পকোৱাৰ আঞ্চলিক সমিতি গঠন

নলবাৰী : আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ পকোৱাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এখন আঞ্চলিক সমিতি গঠন কৰা হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰম কলিতাৰ সভাপতিত্বত,
Read More...

খাদ্যৰ নামত বৰবিহ : চাহপানী নে বিহপানী

নাজিৰা : দেশৰ জনতাৰ স্বাস্থ্য সুৰক্ষাৰ নামত কেন্দ্ৰ বা ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও আজিও দেশৰ ৮০% জনতাই খাদ্যৰ নামত শ্ল’পইজন ৰূপী বৰবিহ সেৱণ কৰি থাকিবলগীয়া হোৱাটো অত্যন্ত পৰিতাপৰ কথা ৷ উল্লেখ্য যে দেশৰ জনতাৰ
Read More...

জামুগুৰিহাটত ৯ বছৰীয়া কিশোৰৰ গ্ৰন্থ উন্মোচন : প্ৰকাশ পালে “EXPRESSIONS OF THE MIND IN…

জামুগুৰিহাট : কুসুমটোলাত কালি ৯ বছৰীয়া কিশোৰ লক্ষ্যজয় কলিতাৰ "EXPRESSIONS OF THE MIND IN WORDS" শীৰ্ষক এখনি ইংৰাজী ভাষাৰ গ্ৰন্থ উন্মোচন হয়। সেই উপলক্ষে অনুষ্ঠিত উন্মোচনী সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ
Read More...

অমিয় নগৰ-জয়পুৰৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই

অনলাইন বাৰ্তা : গুৱাহাটী মহানগৰীৰ চানমাৰিস্হিত অমিয় নগৰ-জয়পুৰৰ বাসিন্দাৰ বিভিন্ন সমেস্যাৰ বুজ ল'লে পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ কালি দিনৰ ১১ বজাত জয়পুৰ পানী যোগান আঁচনি পৰিচালনা সমিতিৰ
Read More...

জামুগুৰিহাটত অসম ভিত্তিত অন লাইন সংগীত প্ৰতিযোগিতাৰ বঁটা বিতৰণ । একাঁজলি সুৰৰ সন্ধানৰ প্ৰশংসনীয়…

জামুগুৰিহাট : যোৱা মে' মাহৰ পৰা অনুষ্ঠিত একাঁজলি সুৰৰ সন্ধানত অনলাইন সংগীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থান লাভ কৰা জামুগুৰিহাটৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলক ২৯ আগষ্টত জামুগুৰিহাটৰ শ্বহীদ ভৱনত বঁটা সমূহ প্ৰদান কৰা হয়। সেই উপলক্ষে অনুষ্ঠিত বঁটা
Read More...

দুৰ্গা মন্দিৰৰ ওপৰত গো মাংস বনোৱাক লৈ নলবাৰীত হাহাকাৰময় পৰিস্থিতি । চাৰিজন যুৱক আটক

নলবাৰী : নলবাৰীত গো মাংস কেন্দ্ৰ কৰি উত্তেজনায় পৰিবেশৰ সৃষ্টি । চাৰিজনকৈ যুৱকে গো মাংস ৰন্ধাৰ হৈ উত্তম মাধ্যম সোধালে ৰাইজে । ঘটনা অনুসৰি আজি নলবাৰী জিলাৰ চাৰমিনাৰ চকৰ সমীপত থকা ৰেল লাইনৰ গেট অপাৰেটিং কাৰ্যালয়ৰ নিচেই ওচৰতে ৰেলৱে ঠিকাদাৰ
Read More...

৭ ছেপ্টেম্বৰৰ পৰা মুকলি মেট্ৰ’ ৰে’ল

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত শিক্ষানুষ্ঠান পুনৰ খোলাৰ লগতে ছুইমিং পুল, ক্ৰীড়া, বিনোদন আদি পুনৰ আৰম্ভ কৰাক লৈ দেশত চৰ্চা হৈ আছিল ৷ সেই সকলো চিন্তা চৰ্চাৰ অৱসান ঘটাই জনোৱা হ’ল অহা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত দেশজুৰি কনটেনমেণ্ট জ’নত লকডাউন চলি
Read More...

তাই আহোম ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিৰ পুনৰ গঠন

টিংখাং,২৯ আগষ্ট :  সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)ৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত নাহৰকটীয়া মহকুমা সমিতিৰ অধীনৰ টিংখাং আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ নৱম দ্বি-বাৰ্ষিক প্ৰতিনিধি সভা আজি অনুষ্ঠিত হৈ যায় । সভাত উপস্থিত থাকে আটাছু,
Read More...

স্কুটী বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ নগাঁৱৰ বহু মেধাৱী ছাত্ৰীৰ

নগাঁও,২৯আগষ্ট: "আমাক স্কুটী লাগিবই, আমাক বঞ্চিত নকৰিব" এই আহ্বানৰেই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে নগাঁৱৰ বহু মেধাৱী ছাত্ৰীয়ে। নগাঁৱৰ আনন্দৰাম বৰুৱা জুনিয়ৰ কলেজত এখন সংবাদমেলৰ আয়োজন কৰি ২০১৮-১৯ বৰ্ষত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰী
Read More...

আঞ্চলিকতাবাদী নেতা অকণ মল্ল বৰুৱাৰ দেহাৱসান

নলবাৰী : আঞ্চলিকতাবাদৰ ধ্বজাবাহক, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন ছাত্ৰ নেতা, প্ৰাক্তন পৌৰপতি, নলবাৰীৰ গৌৰৱ-সু অভিনেতা অকণ মল্ল বুজৰবৰুৱাৰ যোৱা নিশা নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত এই বিশিষ্ট ব্যক্তিগৰাকীৰ বয়স ৭৫ বছৰ আছিল। বিগত
Read More...