Breaking

Browsing Category

স্থানীয় বাৰ্তা

মোৰাঝাৰত ছাত্ৰী সন্ধানহীন

ডবকা : বিগত সাত দিন ধৰি হোজাই জিলাৰ মোৰাঝাৰৰ এগৰাকী ছাত্ৰী সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷ গাঁৱখনৰে মঞ্জুৰুল চৌধুৰী নামৰ যুবকজনে ফুচলাই নাবালিকা শিক্ষাৰ্থীগৰাকীক অপহৰণ কৰি নিয়াৰ
Read More...

“ড° হিমন্ত বিশ্ব শৰ্মা এতিয়া এজন ব্যক্তি হৈ থকা নাই, বৰ্তমান তেওঁ এটা বৃহৎ অনুষ্ঠান” : বিধায়িকা…

নগাঁও,২৮ আগষ্টঃ বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভানেত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত মনোনীত হোৱাৰ পিছত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, দায়িত্বই
Read More...

হোজাইৰ ডবকা সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসলীলা ৷ নিৰ্বিকাৰ বন বিভাগ

ডবকা, ২৮ আগষ্ট : ডবকা সংৰক্ষিত বনাঞ্চল চলিছে অবাধে বন ধ্বংসলীলা কাৰ্য্য ৷ যোৱানিশা সংৰক্ষিত বনাঞ্চলখনত দুৰ্বৃ্ত্তই সাতজোপাকৈ মূল্যবান চেগুন গছ কাটি ধ্বংস প্ৰাপ্ত চলোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱা এসপ্তাহ ধৰি সংৰক্ষিত বনাঞ্চল খনৰ বিভিন্ন
Read More...

অসুস্থ্য স্বাস্থ্যকৰ্মীক চিকিৎসা প্ৰদানত হেমাহি নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত । উৎকট গৰমত পিপিই…

নগাঁও : ৰাজ্যত বৰ্তমান পূৰ্ণদ্যমে চলিছে ৰেপিড এণ্টিজেন টেষ্ট। নিতৌ ৰেপিড এণ্টিজেন টেষ্টত ধৰা পৰিছে ইজনৰ পিছত সিজনৰ দেহত ক'ৰোণাৰ সংক্ৰমণ। ৰেপিড এণ্টিজেন টেষ্টত নিয়োজিত স্বাস্থ্যকৰ্মীসকলে পৰিধান কৰিব লাগে পি পি ই কিট। পিছে এই উৎকট গৰমত পি পি
Read More...

নগাঁৱত জাপানীজ এনকেফ্লাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কত জিলা মেলেৰিয়া বিভাগৰ সংবাদমেল

নগাঁও : বিগত বৰ্ষ সমূহৰ তুলনাত এইবাৰ নগাঁও জিলাত জাপানীজ এনকে ফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট হ্ৰাস পাইছে। জিলা মেলেৰিয়া বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবেই জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত আমি সফল হৈছো। আজি নগাঁও
Read More...

ৰাইদঙ্গীয়াত বিধায়িকা আঙুৰলতা ডেকাৰ দুটাকৈ গড়কাপ্তানি পথৰ লগতে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলা স্থাপন

নগাঁও : নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ দলংঘাট উন্নয়ন খণ্ডৰ ৰাইদঙ্গীয়া গাওঁ পঞ্চায়তৰ অধীনত কেইবাটাও স্থানত আজি দুটাকৈ পথৰ লগতে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ৷ পুৱা দহ বজাত ৰাইদঙ্গীয়া
Read More...

নাজিৰাৰ এতিহাসিক বৰপুখুৰী কেন্দ্ৰিক বিবাদ সন্দৰ্ভত মহকুমা প্ৰশাসনৰ সভা

নাজিৰা : নাজিৰা নগৰৰ ৮নং ৱাৰ্ডত থকা ঐতিহ্যমণ্ডিত বৰপুখুৰীত কিছু লোকে সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে মহকুমা প্ৰশাসনৰ ওচৰত যোৱা ১২ আৰু ১৪ আগষ্টত একাধিক ৰাজহুৱা অভিযোগ দাখিল কৰাৰ পিছত এই সমগ্ৰ বিষয়টো
Read More...

নামখলাৰ মহলীয়াপাৰাত “অসম আদৰ্শ গ্ৰাম যোজনাৰ” ৫০ লাখ টকা আঁচনিৰ শুভ উদ্বোধন বিধায়ক বিনন্দ কুমাৰ…

নামখলা : ছিপাঝাৰ বিধানসভা সমষ্টি উন্নয়নৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা ৷ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে ৷ অসম গ্ৰাম যোজনাৰ অধীনত ৫০ লাখ টকাৰ আঁচনিৰ শুভ উদ্বোধন ৷ উপস্থিত থাকে সাংসদ দিলীপ
Read More...

জনজাতিকৰণক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক বিলম্ব নকৰিবলৈ হুংকাৰ । চাবুৱাত মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয়…

তিনিচুকীয়া : উজনি অসমৰ অন্যতম ভুমিপুত্ৰ মটক জনগোষ্ঠীৰ জনজাতিকৰণক ধৰি ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক বিকাশৰ বাবে কোনো এখন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। অতি সাম্প্ৰতিক সময়ত সংকটাপুৰ্ণ মটক জনগোষ্ঠীৰ অস্তিত্ব বৰ্তাই ৰখা আৰু
Read More...

ডবকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ বিডিঅ’ কৰোনাত আক্ৰান্ত

ডবকা : হোজাই জিলাত দিনক দিনে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। আজি ডবকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৰোনাত আক্ৰান্ত হোৱাৰ লগতে ৬জন কৈ শিক্ষকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি
Read More...