Breaking

Browsing Category

স্থানীয় বাৰ্তা

নলবাৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচনক লৈ মতভেদ

নলবাৰী : দলৈ নিৰ্বাচনক কেন্দ্ৰ কৰি মতভেদ সৃষ্টি হোৱা সন্দৰ্ভত আজি নলবাৰী জিলা প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ মহাপ্ৰভু শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচনৰ চলিত মাহৰ ১৬ তাৰিখে তাৎক্ষণিকভাৱে
Read More...

দহলাখ টকাৰ ব্যয়ৰে কুসুমটোলাৰ দীপাটোলাত খেলাপথাৰৰ চাৰিসীমাৰ দেৱালৰ আধাৰশিলা শিলা স্থাপন

জামুগুৰিহাট : চতিয়া সমষ্টিৰ কুসুমটোলাৰ নিকটৱৰ্ত্তি দীপাটোলাৰ দীপাটোলা খেলাপথাৰৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা হয়। ২০১৯-২০ বৰ্ষৰ আনটাইট পুঁজিৰ পৰা আৱণ্টন হোৱা দহ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হ'ব লগা খেলাপথাৰখনৰ চাৰিসীমাৰ দেৱাল
Read More...

কাৰ্বিআংলং ৰ পয্যটন স্থলীত সশস্ত্ৰ কুকি উগ্ৰপন্থীৰ মুক্ত বিচৰণ : বন্ধ হল টকৌলাংচ জলপ্ৰপাত : পয্যটকৰ…

বোকাজান : প্ৰকৃতিৰ মনোৰম নৈসৰ্গিকতাৰে ভৰপূৰ পৰ্য্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু কাৰ্বিআংলং জিলাৰ বোকাজান মহকুমাৰ বালিপথাৰৰ টকৌলাংচ জলপ্ৰপাতস্থলিত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত উগ্ৰপন্থী সদস্যৰ মুক্ত বিচৰণে সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্য
Read More...

নগাঁৱৰ মৰিকলং চাৰিআলি-জয়শ্ৰী চিনেমা হল সংযোগী মহাত্মা গান্ধী পথৰ বিধ্বস্ত ৰূপ

নগাঁও : নগাঁও জিলাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মৰিকলং চাৰিআলিৰ পৰা পাৱাৰ হাউছ তিনিআলি হৈ কৃষ্ণা হল চাৰিআলি আৰু জয়শ্ৰী চিনেমা হলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী মহাত্মা গান্ধী পথ এটা অতি গুৰুত্বপূৰ্ণ পথ ৷ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ
Read More...

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে মুকলি : উমানন্দ মন্দিৰৰ লগতে যাত্ৰীয়ে সুন্দৰ নৈসৰ্গিক-মনোমোহা…

দৈনন্দিন বাৰ্তা ডেস্ক : সোমবাৰে মুকলি হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে ৷ গুৱাহাটীৰ কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ সংযোগ কৰিছে এই ৰ’প ৱেই ৷ জিএমডিএৰ তত্ত্বাৱধানত এই ব্যৱস্থা কৰা হৈছে ৷ এই ৰ’প ৱেৰ ফলত গুৱাহাটীৰ পৰা উত্তৰ
Read More...

উজনি মাজুলী মূদৈবিল অঞ্চলৰ এদল কনমানিৰ প্ৰতিভা

উজনি-মাজুলী : এফালে ক'ৰোনা আনফালে আকৌ অসমীয়াৰ পবিত্ৰ ভাদ মাহ। ভাদ মাহতে মহাপুৰুষ কেইজনৰ  জন্ম  সেয়ে কোৱা হয় ভাদ মাহতো পবিত্ৰ মাহ। এই পবিত্ৰ ভাদ মাহতে ক'ৰোনা ভাইৰাছকো একাশৰীয়া কৰি মাজুলী মূদৈবিল অঞ্চলৰ এদল দেৱশিশুৱে বয়স ৩ বছৰ পৰা ৮
Read More...

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দাবী : অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী উচ্চতম ন্যায়ালয়ৰ মুখ্য…

দৈনন্দিন বাৰ্তা ডেস্ক : অসমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৷ এই চাঞ্চল্যকৰ দাবী কৰিছে অসম কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ তেওঁ কয়, ৰঞ্জন গগৈৰ ৰাম মন্দিৰ ৰায়ত বিজেপি সুখী
Read More...

শিলপুখুৰী কালি মন্দিৰত নক্ষত্ৰৰ দুপৰীয়াৰ আহাৰ বিতৰণ

দৈনন্দিন বাৰ্তা ডেস্ক : কৰোনা মহামাৰীৰ সংক্ৰান্তত চলিত বৰ্ষৰ লকডাউনে সৰ্বস্তৰৰ জনসাধাৰণক আৰ্থিকভাৱে কোঙা কৰিছে৷ সাধাৰণ শ্ৰমজীৱী জনসাধাৰণে খাদ্য সংকটৰ সন্মুখীন হৈছে ৷ ইয়াৰ বাবেই ব্যক্তিগত সামাজিক সংস্থা নক্ষত্ৰই আজি মহানগৰীৰ শিলপুখুৰীৰ
Read More...

ভেৰগাঁৱ সমষ্টিত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ । মিছাৰ আশ্ৰয় নোলোৱা দল হৈছে বিপিএফ : কমলী বসুমতাৰী

টংলা :  ওদালগুৰি জিলাৰ ভেৰগাঁৱ সমষ্টিত এতিয়া বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ তুঙ্গত। মিছাৰ আশ্ৰয় নোলোৱা দল হৈছে বিপিএফ, দলে পূৰ্বেও নিৰ্বাচন খেলি জয়ী হৈছে এইবাৰো হ'ব আৰু ভবিষ্যতেও জয়ী হৈ থাকিব। বিটিচিত বিপিএফৰ বিকল্প নাই। ১৭ বছৰত বিপিএফে
Read More...

পানেৰীত ওদালগুৰি জিলা যোগী সম্মিলনীৰ সংবাদমেল

টংলা :  অসম প্ৰাদেশিক যোগী সন্মিলনীৰ অনুমোদন প্ৰাপ্ত ওদালগুৰি জিলা যোগী সন্মিলনীয়ে ২১ আগষ্টত সভাৰ অন্তত এক সংবাদমেল সম্বোধন কৰি তেওঁলোকে লোৱা প্ৰস্তাৱ সমূহ সংবাদমেলত প্ৰকাশ কৰে। যোৱা ৭/৭/২০ তাৰিখৰ ওদালগুৰি জিলা যোগী সন্মিলনীৰ প্ৰস্তাৱ
Read More...