Breaking

Browsing Category

স্থানীয় বাৰ্তা

পাকিস্তানৰ ৰেল মন্ত্ৰীৰ অদ্ভুত মন্তব্যৰ পিছতেই জ্বলিছে অসম । ডবকাত পাক প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ…

ডবকা : পাকিস্তানৰ হাতত হেনো এনে অস্ত্ৰ আছে যিয়ে নিমিষতে ধ্বংস কৰি পেলাব পাৰিব ভাৰতীয় হিন্দুসকলক। কিন্তু এই আক্ৰমণৰ পৰা বাছি যাব ভাৰতত বাস কৰা মুছলমানসকল, পাকিস্তানৰ মন্ত্ৰীৰ অদ্ভুত দাবীৰ পিছতেই জাঙুৰ খাই উঠিছে ভাৰতীয় মুছলমানসকলৰ লগতে
Read More...

অজিত বৰুৱা বিশ্বৰ যিকোনো শ্ৰেষ্ঠ কবিৰ সম পৰ্যায়ৰ এজন কবি : প্ৰদীপ খাটনিয়াৰ ৷ পঞ্চম অজিত বৰুৱা…

গুৱাহাটী : ‘সাহিত্যত পাণ্ডিত্যৰ সৃষ্টিশীল প্ৰয়োগৰ ধাৰাটো বহু পুৰণি ৷ বিশ্বৰ বহু শ্ৰেষ্ঠ সাহিত্যিকৰ লগতে আমাৰ শংকৰদেৱ-মাধৱদেৱৰ সৃষ্টিতো এই প্ৰয়োগ উপস্থিত ৷ অজিত বৰুৱাও শংকৰ-মাধৱৰ সেই ধাৰাৰে অনুগামী ৷’ ১৯ আগষ্টৰ বিয়লি পাঁচ বজাৰ পৰা
Read More...

নগাঁৱৰ দক্ষিণপাটত কৃষি ঋণ সজাগতা- ঋণ পৰিশোধ সভা সম্পন্ন : একেদিনাই ১২ লক্ষাধিক টকা পৰিশোধ।…

নগাঁও : ভাৰতীয় ষ্টেট বেংকৰ খুটিকটীয়া শাখাৰ অধীনত থকা দক্ষিণপাট গ্ৰাহক সেৱা কেন্দ্ৰৰ উদ্যোগত কালি দক্ষিণপাট চাৰিআলিস্থ কেন্দ্ৰটোৰ কাৰ্যালয়তে এখন কৃষি ঋণ সজাগতা আৰু কৃষি ঋণ পৰিশোধ সভা অনুষ্ঠিত হয়। গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰিচালক ভাস্কৰ
Read More...

নাগৰিকত্ব সংশোধনী আইন আৰু ইআইএ বাতিলৰ দাবীত মানৱ শৃংখল কাৰ্য্যসূচী : আছু আৰু যুৱ ছাত্ৰৰ প্ৰতিবাদত…

টংলা : সোমবাৰে টংলা আঞ্চলিক আছু আৰু যুৱ ছাত্র পৰিষদে টংলা চহৰৰ মাজমজিয়াৰ মঙ্গলদৈ ভুটিয়াচাং পথৰ কাষত জাতিধ্বংসী নাগৰিকত্ব সংশোধানী আইন ২০১৯ বাতিলৰ লগতে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ে ই আই এ ২০২০ গৃহীত কৰিব বিচৰা হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ
Read More...

দৰঙৰ নামখলাত “শংকৰী কলা সংস্কৃতিৰ সাধক” বসুন্ধৰ ডেকালৈ শিল্পী পেন্সন

নামখলা : দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দিপীলাৰ নিবাসী পিতা কৰ্পুৰ ডেকা আৰু মাতৃ ভাৰতী ডেকাৰ জেষ্ঠ পুত্ৰ বসুন্ধৰ ডেকাক শিল্পী পেন্সনাৰ হিচাপে অসম চৰকাৰে ঘোষণা কৰাত পশ্চিম মঙলদৈৰ লোকসকল উৎফুল্লিত ৷ পশ্চিম মঙলদৈত শংকৰী সংস্কৃতিৰ
Read More...

ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ উদ্যোগত যোগদান কাৰ্যসূচী শীৰ্ষক অনুষ্ঠান

নলবাৰী : ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ উদ্যোগত কালি যোগদান কাৰ্যসূচী শীৰ্ষক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত উপ সভাপতি বাঁহজানী ছাত্ৰ সন্থাৰ বিকাশ কৈৱৰ্ত, সাংবাদিক কমল ডেকা, হিন্দু সুৰক্ষা মঞ্চৰ প্ৰচাৰ সম্পাদক কংকন তালুকদাৰসহ
Read More...

নগাঁৱৰ ৰণথলীৰ অসমীয়া গহণাৰ স্বৰ্ণ শিল্পীক চৰকাৰী আচঁনিৰ কেঁচা সামগ্ৰী যোগান বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও : ক'ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে দেশজুৰি হোৱা লকডাউনৰ ফলত আৰ্থিকভাবে দুৰ্বল শ্ৰেণীৰ লোকসকলে যথেষ্ট কষ্টৰ মাজত চলিব লগা হৈছে। অন্যান্য ক্ষেত্ৰৰ লগতে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ৰণথলীৰ কেঁচা সোণৰ অসমীয়া গহণাৰ থলুৱা শিল্প
Read More...

টিংখাঙত অখিল গগৈ, হেমন্ত কোঁৱৰ, শশী শেনছোৱাৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৃষক মুক্তিৰ

টিংখাং : নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কৃষক নেতা অখিল গগৈ, হেমন্ত কোঁৱৰ, শশী শেনছোৱা, দেৱাংগনা কলিতাসহ সকলো কা বিৰোধী কাৰাবন্দীৰ অতিশীঘ্ৰে বিনাচৰ্তে মুক্তিৰ দাবীত টিংখাং সমষ্টিৰ প্ৰাণকেন্দ্ৰ ৰাজগড় শ্বহীদ বেদীৰ সমীপত কালি কৃষক মুক্তি, চাহ
Read More...

কেৱল আনুষ্ঠানিক নিয়ম পালন কৰিলে কোঁচগাঁৱৰ ৰাইজে ৷ জামুগুৰিহাটৰ কালীয়দমন ক্ষেত্ৰত উৎসাহহীনভাবে…

জামুগুৰিহাট : গৌৰৱোজ্জ্বল দ্বি-শতবৰ্ষ অতিক্ৰম কৰা জামুগুৰিহাটৰ কালীয়দমন ক্ষেত্ৰত যেন এইবেলি বিৰাজ কৰিছে নিমাওমাও পৰিৱেশ ৷ পূৰ্ৱৰ সেই উৎসাহ উদ্দীপনাৰ পৰিৱৰ্তে এইবাৰ দেখা পোৱা গৈছে গাঁওবাসীৰ সেমেকা দুচকু ৷ বিগত দীৰ্ঘ ইতিহাসত, ২২৫ বছৰীয়া
Read More...

অৰুণোদয় আঁচনি ৰূপায়নক লৈ কামৰূপ মহানগৰ জিলাৰ গুৰুত্বপুৰ্ণ বৈঠক ৷ প্ৰকৃত হিতাধিকাৰীয়ে এই আঁচনিত…

গুৱাহাটী : ৰাজ্যৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি ঘোষণা কৰাৰ পিছতে কামৰূপ মহানগৰ জিলাই আঁচনিখন সঠিকভাৱে ৰূপায়নৰ ক্ষেত্ৰত বিশেষ তৎপৰতা আৰম্ভ কৰিছে ৷ ইয়াৰ বাবেই গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত অলপতে
Read More...