Breaking

Browsing Category

স্থানীয় বাৰ্তা

যোগান বিভাগত কেলেংকাৰী, ডবকাত খাদ্য সুৰক্ষাৰ চাউল বিচাৰি গ্ৰাহকৰ প্ৰতিবাদ

ডবকা : ৰাজ্যজুৰি যোগান বিভাগৰ কেলেংকাৰীৰ পিছতেই খাদ্য সুৰক্ষা চাউলৰ পৰা বঞ্চিত হৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ সাধাৰণ জনতাই প্ৰতিবাদ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা চাৰি আগষ্টত হোজাই জিলাত অৰ্থনৈতিক অপৰাধ শাখাৰ অভিযানৰ পিচৰ পৰাই বন্ধ চৰকাৰী
Read More...

নগাঁৱৰ পাখিমৰীয়াত সুলভ মূল্যৰ দোকানক লৈ সংঘাত : দুটা পক্ষৰ মাজত মাৰপিট

ননৈ : নগাঁৱৰ সদৰ সমষ্টিৰ আন্তৰ্গত পাখিমৰীয়া গাঁৱৰ কালি এখন সুলভ মূল্যৰ দোকানক লৈ দুটা পক্ষৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয়। সুলভ মুল্যৰ দোকানক লৈ দীৰ্ঘদিন ধৰি চলি থকা সংঘাত দূৰ কৰিবলৈ নগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে পাখিমৰীয়া গাঁৱত
Read More...

পূব মাজুলী অঞ্চলৰ বানাক্ৰান্ত ১৫০ টা পৰিয়াল মাজত সাহাৰ্য বিতৰন

উজনি-মাজুলী :পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থা আৰু পূব মাজুলী মহাবিদ্যালয়ৰ আছু গোটৰ উদ্যোগত পূব মাজুলী অঞ্চলৰ বানাক্ৰান্ত ১৫০ টা পৰিয়ালক আটা, চেনী, নিমখ, পিয়াঁজ, চয়াবিন, ধূপ, ম'ম, জুইশলা, বিস্কুট, চাৰ্ফ, ফেনাইল, ডেটল চাবোন আদি যোগান ধৰা হয়।
Read More...

আইপিএলৰ টাইটল স্পনছৰ ড্ৰিম ইলেভেন

দৈনন্দিন বাৰ্তা ডেস্ক : চলিত বছৰৰ আইপিএলৰ টাইটল স্পনছৰৰ নাম ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৷ চীনা কোম্পানী ভিভ’ৰ নাম প্ৰত্যাহাৰৰ পাচত নতুন টাইটল স্পনছৰৰ বাবে আহ্বান কৰা হৈছিল ৷ বিচিচিআইয়ে আগতেই জনাইছিল, ১৮ আগষ্ট দিনটোত
Read More...

আশাৰ বাৰ্তা কঢ়িয়াই আনিছে বাঘজানলৈ

তিনিচুকীয়া : অভিযানকাৰী দলে বাঘজানৰ ৫নং খাদত কালি ৮৩ দিনৰ অন্তত বি অ পি স্থাপন কৰিবলৈ সক্ষম হ'ল। এতিয়া এই বি অ পিটোৰ দ্বাৰা সমগ্ৰ খাদটোৰ জুই নিয়ন্ত্ৰণলৈ আনিব পৰা যাব। ইয়াৰ পূৰ্বেও দুবাৰকৈ বি অ পি স্থাপনৰ বাবে চেষ্টা কৰিও বিফল হৈছিল
Read More...

‘কা’ আৰু ই আই এ বাতিলৰ দাবীত নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

নগাঁও : নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ। 'কা' আৰু ই আই এ বাতিল কৰাৰ দাবীৰে কালি নগাঁৱত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
Read More...

১৪ ছেপ্তেম্বৰৰ পৰা সপ্তাহযোৰা গণ আন্দোলন ৰেলৱে মজদুৰ ইউনিয়নৰ

তিনিচুকীয়া : অৱশেষত ১৪ ছেপ্তেম্বৰৰ পৰা সপ্তাহজোৰা ৰে'ল আৰু দেশ ৰক্ষাৰ হেতু সমুখ সমৰত অৱতীৰ্ণ হ'ব অল ইণ্ডিয়া ৰে'লৱেমেনচ ফেডাৰেচন। দিল্লীৰ যন্তৰ মন্তৰৰ পৰাই ৰণ শিঙা বজাই সূচনা কৰিব বৃহত জংগী আন্দোলন। আজি তিনিচুকীয়াত এই কথা প্ৰকাশ কৰিছে nfrmu
Read More...

মুদৈবড়ীত গণ সুৰক্ষা পাৰ্টিৰ প্ৰচাৰ আৰু অন্তৰঙ্গ আলাপ

টংলা : বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা হ'ব সেই অপেক্ষাত এতিয়া বিটিচিৰ পৰিষদীয় নিৰ্বাচনত অবতীর্ণ প্ৰাৰ্থীসকল কাৰণ মহামাৰীৰ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰা হৈছিল বিটিচিৰ নিৰ্বাচন। নিৰ্বাচনৰ দিন ঘোষণা হওঁক বা নহওঁক সকলো
Read More...

জুবিন দাৰ চিধা কথা

✍ পৱন কুমাৰ বৰা অসমৰ আকাশে বতাহে ওপঙি থকা এটা কণ্ঠ জুবিন গাৰ্গ। জুবিন দা হৈছে এখনি খোলা কিতাপ। আমাৰ সংস্কৃতি, পৰম্পৰা আনকি সংকট কালটো অসমীয়াৰ সাহস জুবিন দা। ১৯৯২ চনত 'অনামিকা' নামৰ মুক্তি লাভ কৰা প্ৰথম এলবামৰ জনপ্ৰিয়তাই জুবিন দা
Read More...

টিংখাঙত চৰকাৰৰ আঁচনিলৈ বাট নাচায় ৰাইজে মেৰামতি কৰিলে পথ

টিংখাং : দেশৰ স্বাধীনতা লাভৰ ৭৩ বছৰৰ পাছতো সামগ্ৰিকভাৱে অনগ্ৰসৰ হৈ থকা ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিত চৰকাৰৰ উন্নয়নমূলক আঁচনিলৈ বাট নাচাই ৰাইজে হাতে কামে লাগি বাট পথ মেৰামতি কৰি আছে। দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে
Read More...