Breaking

Browsing Category

স্থানীয় বাৰ্তা

সোণতলীত চপৰা চপৰে খহিছে লুইতৰ গৰা, নিৰ্বিকাৰ চৰকাৰ- জনপ্ৰতিনিধি

সোণতলী : সোণতলীত বৰলুইতে খহনীয়াই কালৰূপ ধাৰণ কৰিছে৷ চপৰা চপৰে খহিছে নৈৰ গৰা৷ গৃহহীন হৈছে শ শ পৰিয়াল৷ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলীৰ পানীখাইটিত কেবাবছৰ ধৰি বৰলুইতৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷
Read More...

নগাঁৱৰ জুৰীয়াত অবৈধ কাঠফলা মিল জব্দ

নগাঁও : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে কালি জিলাখনৰ জুৰীয়া অঞ্চলৰ কেইবাটাও ঠাইত অভিযান চলাই দুটাকৈ চোৰাং কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷
Read More...

২০২০ বৰ্ষৰ কেইবাটাও ভবিষ্যৎবাণী কৰি জনপ্রিয়তা লাভ জ্যোতিষী তীৰ্থ ৰঞ্জন গোস্বামীৰ

টংলা : ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ বেংবাৰী গাঁৱৰ নিবাসী মুকুন্দ দেৱ গোস্বামীৰ সুযোগ্য সন্তান তীৰ্থ ৰঞ্জন গোস্বামীয়ে প্ৰায় ৩০ বছৰ ধৰি অব্যাহত ৰাখিছে দৈৱ বিদ্যা জ্যোতিষশাস্ত্রৰ চৰ্চাৰ লগতে বহুতো গবেষণা। সময়ৰৰ সোঁতত দৈৱ বিদ্যা
Read More...

স্বাধীনতা দিৱস উপলক্ষে মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটী : দেশবাসীয়ে ৭৪ সংখ্যক স্বাধীনতা দিৱস শনিবাৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে ৷ মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে স্বাধীনতা দিবসৰ লগত সংগতি ৰাখি এক বিনামূলীয়া স্বাস্থ্য পৰিক্ষা শিবিৰ অনুষ্ঠিত কৰে ৷ সমিতিৰ সাধৰন সম্পাদক ৰাজীব দাসে সংবাদ
Read More...

মাজুলীৰ বিদ্যালয়, মহাবিদ্যালয় সমূহত ৭৪ সংখ্যক স্বাধীনতা দিৱস পালন

উজনি-মাজুলীঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে দ্বীপজিলা মাজুলীৰো বিদ্যালয়-মহাবিদ্যালয় সমূহত শণিবাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱসটি পালন কৰা হয়। এই উপলক্ষে দ্বীপজিলাখনৰ শিক্ষাৰ অগ্ৰণী বাটকটীয়া অনুষ্ঠান মাজুলী মহাবিদ্যালয়ত শণিবাৰে পুৱা ৬ -৩০ বজাত পৰিৱেশ
Read More...

ওদালগুৰি আক্ৰাছুৰ কমতাৰত্ন অম্বিকা চৰন চৌধুৰীৰ জন্ম জয়ন্তী পালন

টংলা : ৰবিবাৰে ওদালগুৰি জিলা আক্ৰাছু পশ্চিম আৰু টংলা আঞ্চলিক আক্ৰাছুৰ যৌথ উদ্যোগত টংলা মিলনপূৰ স্থিত চিলাৰায় ভৱনত কোচ ৰাজবংশী জনগোষ্ঠীৰ গুৰি ধৰোতা কমতাৰত্ন অম্বিকা চৰন চৌধুৰীৰ জন্ম জয়ন্তী পালন কৰে। জন্ম জয়ন্তী অনুষ্ঠানত আক্ৰাছুৰ
Read More...

টিহুত হিন্দু ক্ৰান্তি দলৰ স্বাধীনতা দিৱস পালন

নলবাৰী/১৫আগষ্ট:: সমগ্ৰ ভাৰত বৰ্ষতেই আজি ১৫ আগষ্টৰ পৱিত্ৰ দিনটোত ভাৰতমাতাৰ পতকাত পুষ্পঞ্জলি অৰ্পন কৰাৰ লগতে যিসকল মহান পুৰুষৰ সততা,ন্যায়,ধৈৰ্য্য,বিশ্বাস আৰু ত্যাগৰ ফলত ভাৰত বৰ্ষ স্বাধীন দেশ হবলৈ সক্ষম হৈছিল সেই সকল মহান ব্যাক্তিক স্মৰণ কৰি
Read More...

নগাঁৱত স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই

নগাঁও,১৫ আগষ্টঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ খনৰ ওপৰি নগাঁও জিলাতো আজি ৭৪ সংখ্যক স্বাধীনতা দিৱসটি চৰকাৰী ভাৱে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত উদযাপন কৰা হয় ৷ আজিৰ এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যিক
Read More...

উজনি মাজুলীৰ ৬৮০ বানপীড়িত পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ

উজনি মাজুলী : মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু আয়াং ট্ৰাষ্টৰ উদ্যোগত মাজুলী জিলা টি এম পি কেৰ সহযোগত বুধবাৰে উজনি মাজুলীৰ নদী কাষৰীয়া বানপীড়িতসকলৰ মাজত সাহাৰ্য বিতৰণ কৰা হয়। ৰতনপুৰমিৰি গাঁও পঞ্চায়তৰ ডৱলি চাপৰিত ১৯০ ঘৰ, জাৱৰচুক কাঠনিত ৭৯ ঘৰ,
Read More...

নলবাৰী বৰকুৰাত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতু সন্দৰ্ভত বৰকুৰা ৰাইজৰ সংবাদ মেল

নলবাৰী : কালি নলবাৰী জিলা প্ৰেছ ক্লাৱত জিলাখনৰ বৰকুৰাৰ সচেতন লোকে বৰকুৰাত নিৰ্মাণ হ'বলগীয়া উৰণীয়া সেঁতু সন্দৰ্ভত এক সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত বৰকুৰাৰ স্থায়ী বাসিন্দাসকলে প্ৰকাশ কৰে যে, উন্নয়ন বৰকুৰাৰ ৰাইজে বিচাৰে কিন্তু আগন্তুক দিনত
Read More...