Breaking

Browsing Category

স্থানীয় বাৰ্তা

নিজ হাতীচোঙত তিনিটাকৈ পথৰ মেৰামতিৰ শুভাৰম্ভ ৷ জুবিন গাৰ্গ অসমৰ সম্পদ, জুবিন গাৰ্গক আক্ৰমণ চলোৱা…

নগাঁও : যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক ধিক্কাৰ দিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। বিধায়িকা গৰাকীয়ে এই ঘটনাক গৰিহণা দি ঘটনাত জড়িত দোষীক কৰায়ত্ত কৰি শাস্তি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে। বুধবাৰে
Read More...

বৃক্ক ৰোগত আক্ৰান্ত নিতুমনি চুতিয়াক লাগে এতিয়া হৃদয়বান ব্যক্তি সহায়

ডিৰাক সীমান্ত  : তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত এখন অতি ভিতৰুৱা গাঁও দীঘলীপথাৰৰ নিবাসী নিগম চুতীয়া আৰু মেমৰি চুতীয়া কন্যা নিতুমনি চুতীয়া বহু দিন ধৰি বৃক্ক ৰোগত ভুগি আছে। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত চিকিৎসা
Read More...

মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ অনলাইন ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

দৈনন্দিন বাৰ্তা ডেস্ক : লকডাউনৰ সময়ছোৱাত মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে সদৌ অসম ভিত্তিত অনলাইন ৰচনা প্ৰতিযোগিতা অনুস্থিত কৰিছিল। 'ক' আৰু 'খ' দুটা শাখাত ৰচনা প্ৰতিযোগিতাখন অনুস্থিত হৈ যায়। আজি সমিতিৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ফলাফলসমূহ ঘোষণা
Read More...

অইলৰ সামাজিক দ্বায়বদ্ধ আঁচনিৰ ধন অনুমোদনৰ বিলম্ব, জিলা উপায়ুক্তলৈ তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা…

টিংখাং : বিভিন্ন সময়ত অইল ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ প্ৰৱল দাবীত "অইল" কৰ্তৃপক্ষই সামাজিক দ্বায়বদ্ধ আঁচনিৰ অধীনত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বাট-পথ, বিদ্যালয় গৃহ, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান আদি নিৰ্মাণৰ বাবে লাখ লাখ টকাৰ আৰ্থিক অনুদান
Read More...

নাজিৰাত গভীৰ নিদ্ৰাত আৰক্ষী প্ৰশাসন : স্বাধীনতা দিৱসত ১৮ ঘণ্টীয়া বন্ধ পালনৰ আহ্বান আলফা স্বাধীনৰ

গেলেকী : আগন্তুক স্বাধীনতা দিৱস বৰ্জনৰ বাবে তৎপৰ হৈ পৰিছে সংযুক্ত মুক্তি বাহিনী অসম অথবা আলফা স্বাধীন। লগতে আন-আন বিদ্ৰোহী সংগঠনসমূহ। ৰাজ্যজুৰি মৌন অসম আৰক্ষী। অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ক'ৰনাত আক্ৰান্ত হোৱাৰ পাছৰে পৰা
Read More...

অসম অৰুণাচল সীমান্তবৰ্ত্তী বালিগাৱঁত সুলভ মূল্যৰ এজেণ্ট নিযুক্তিৰ দাৱী

জামুগুৰিহাট : শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তবৰ্ত্তী  চাৰিদুৱাৰ অঞ্চলৰ বালিগাওঁ, গনেশ পথাৰ, বামজুলি, বড়ি গাওঁ, তৰাইবাৰীকে ধৰি দহখনৰো অধিক  গাঁৱৰ ৰাইজে সুলভ মূল্যৰ সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে৷ অসম অৰুণাচল সীমান্তবৰ্ত্তী
Read More...

বাংগালুৰুত ৰহস্যজনক ভাৱে মৃত্যু নগাঁৱৰ যুৱতীৰ

নগাঁও :  বাংগালুৰুত কৰ্মৰত নগাঁৱৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্য সৃষ্টি হৈছে। এয়াৰ এচিয়া নামৰ বিমান পৰিবহণ সংস্হাত কৰ্মৰত ২৫ বছৰীয়া এই যুৱতীগৰাকীৰ নাম পৰিণীতা বৰা। নগাঁও চহৰৰ পানীগাঁও ছয়আলি নিবাসী প্ৰয়াত শৰৎ বৰা
Read More...

বিলাসীপাৰা বেলতলীত শিল ভৰ্ত্তি ট্ৰাক জব্দ

দৈনন্দিন বাৰ্তা ডেস্ক : বিলাসীপাৰা বেলতলীত কালি শিল ভৰ্ত্তি দুখন দহচকীয়া ট্ৰাক জব্দ কৰে বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া আৰু  মহকুমাধিপতিয়ে। উল্লেখ্য যে ওপৰঞ্চি শিল ভৰ্ত্তি  দহচকীয়া ট্ৰাক দুখনৰ প্লেট নন্বৰ AS - 16 AC. 2855  আৰু AS -16AC.1999
Read More...

নিশাৰ আন্ধাৰত জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। কথমপি প্ৰানৰক্ষা

গুৱাহাটী : যোৱা নিশা অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা চলায় ৬ জনীয়া দুৰ্বৃত্তৰ এটা দলে। নিশা ১২ বাজি ৪০ মিনিটত ঘটিল এই ঘটনাটো। গুৱাহাটীৰ জু-ৰোডস্থিত ৰেড এভি নামৰ অডিঅ' ষ্টুডিঅ’টোৰ পৰা সংগীতৰ কাম সমাপন কৰি কাহিলিপাৰাৰ
Read More...

সত্রাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ মৃত্যু

জামুগুৰিহাট : অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী পুৰোধা ব্যক্তি, শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী, ডিব্ৰুগড় বিশ্ববিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক, শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে
Read More...