Breaking

Browsing Category

স্থানীয় বাৰ্তা

পুৰুহিতৰ মাজত খাদ্য সামগ্ৰী বিতৰন কৰিলে শান্তনু ভৰালীয়ে

দৈনন্দিন বাৰ্তা ডেস্ক : সমগ্ৰ দেশৰ লগতে ৰাজ্যত প্ৰযোজ্য হোৱা লকডাউনৰ ফলত সৰ্বসাধাৰণ ৰাইজে আৰ্থিক দিশত বাৰুকৈয়ে জুৰুলা হৈ পৰিছে৷ এই ক্ষেত্ৰত ৰাজ্যৰ মঠ- মন্দিৰসমূহৰ পূজাৰী সকলেও আৰ্থিক অনাতনৰ সন্মুখীন হৈছে৷ বিগত ছয় মাহ ধৰি লকডাউনৰ ফলত
Read More...

বকো থানাৰ ভাৰপ্ৰাপ্ত ‌বিষয়া ৰত্নেশ্বৰ দাসৰ শোকাৱহ মৃত্যু

বকো : কালি বৃহৎ গাড়ী চু‌ৰি চক্ৰ উত্‍খাত ক‌ৰিছিল সুদক্ষ আৰক্ষী বিষয়াগৰাকীয়ে। এমাহ পূৰ্বে বিষয়া গৰাকীয়ে কৰ্মত যোগদান কৰিছিল বকো আৰক্ষী চকীত ৷ এজন সাহসী আৰু নিষ্ঠাবান পুলিচ বিষয়া আছিল প্ৰয়াত ৰত্নেশ্বৰ দাস ৷ বিষয়া গৰাকীৰ মৃত্যুত
Read More...

অনুষ্ঠুপিয়াকৈ পালন কৰিব মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি

জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নাভিকেন্দ্ৰৰ ডেকাসুন্দৰ গাঁৱৰ পৰম্পৰাগত ভাওনা উৎসৱ এইবেলি কৰ'না মহামাৰীৰ বাবে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডেকাসুন্দৰবাসী ৰাইজে। ইয়াৰ বিপৰীতে ভাদ মাহত অনুষ্ঠিত হ'বলগীয়া মহাপুৰুষ দুজনাৰ তিৰোভাৱ
Read More...

টিংখাঙৰ ৰাজগড়ত বলিন্দ্ৰ শইকীয়াৰ মুক্তিৰ দবীত চিপিআই (এল-এম) আৰক্ষী চকী ঘেৰাও

টিংখাং : ডিব্ৰুগড় জিলাৰ ৰাজগড়ত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিপিআই (এম এল)ৰ নেতা বলিন্দ্ৰ শইকীয়াৰ মুক্তিৰ দাবীত আজি পাঁচ শতাধিক লোকে ৰাজগড় আৰক্ষী চকী ঘেৰাও কৰে। ৰাজগড় চৰকাৰী চিকিৎসালয়ৰ সমীপত থকা চিপিআই(এম এল)ৰ কাৰ্যালয়ৰ পৰা ৰাজগড় আৰক্ষী
Read More...

নাজিৰাত শিলাদিত্য বিৰুদ্ধে ঐক্য সেনা অসমৰ প্ৰতিবাদ

গেলেকী :  ৰাজ্যজুৰি অব্যাহত আছে হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱৰ বিৰুদ্ধে প্ৰতিবাদ৷ ১০ আগষ্ট সোমবাৰে আবেলি পৰত নাজিৰা মহকুমা নগৰৰ অ'এনজিচি চাৰিআলিত ঐক্য সেনা অসমৰ উদ্যোগত বিধায়ক শিলাদিত্যদেৱৰ বিৰুদ্ধে পুত্তলিকা দাহ কৰি প্ৰতিবাদ
Read More...

জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে মাস্ক, চেনিটাইজাৰ বিতৰণ জামুগুৰিহাট গুৱাহাটী ফ’ৰামৰ

জামুগুৰিহাট : সমগ্ৰ জামুগুৰিহাট অঞ্চলৰ গাঁৱে গাঁৱে মাক্স বিতৰণ আৰু স্বাস্থ্য সজাগতা সভাৰে মহানতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা, প্ৰায় ডেৰ লাখ মাক্স বিতৰণৰ লক্ষ্যৰে বৰ্তমানলৈকে বৰভগীয়া, মূঢ়াদ'ল, চিলাবন্ধা মৌজাৰ শতাধিক গাঁৱত সজাগতা সভা
Read More...

দৈপামত পাৰিবাৰিক কন্দলৰ ফলত কাল ৰূপ ধাৰণ কৰাৰ আশংকা দুটা পৰিয়ালৰ মাজত

দলগাঁও : দৰঙ দৈপামত পাৰিবাৰিক কন্দলৰ ফলত নিদ্ৰাহৰণ হৈছে এটা পৰিয়ালৰ। দীৰ্ঘদিন ধৰি চলি থকা পাৰিবাৰিক কন্দলৰ ফলত ভয়ংকৰ অমানিশা নামি আহিব নেকি পৰিয়াল দুটাৰ মাজত। চিন্তিত অঞ্চলবাসী। জানিব পৰা মতে দৰঙ জিলাৰ দৈপাম আৰক্ষী থানাৰ অন্তৰ্গত দৈপামত
Read More...

ভাৰত বাচাও কাৰ্যসূচীৰে গোলাঘাটত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ প্ৰতিবাদ

গোলাঘাট : গোলাঘাটত ভাৰত বাচাও কাৰ্যসূচীৰে প্ৰতিবাদ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনৰ এই প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠন দুটাই গোলাঘাট নগৰৰ মাজেৰে এক ৰেলী বাহিৰ কৰি ভাৰত বাচাও কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ দাবী
Read More...

অসমৰ মৃৎ শিল্পৰ ভবিষ্যৎ …

✍ ধৰ্মেন্দ্ৰ বৰুৱা মৃৎ শিল্প অসমৰ এক অন্যতম কুটিৰ শিল্প। ই গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ অন্যতম আহিলা। অতি প্ৰাচীন কালৰে পৰা অসমত মৃৎ শিল্পৰ প্ৰচলন আৰু আদৰ বিদ্যমান। পুৰণি কালত মাটিৰ পাত্ৰ অসমীয়া লোকৰ বাবে অতি প্ৰয়োজনীয় সামগ্ৰী আছিল। নিত্য
Read More...

পূব মাজুলী মহাবিদ্যালয়ত মাজুলী জিলাৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্য্যায় ‘ৱেবিনাৰ’ সম্পন্ন

উজনি-মাজুলী : পূব মাজুলী মহাবিদ্যালয়ৰ সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত অলপতে "কভিড-১৯ পেণ্ডেমিক: ইটচ্ ইক'নমি এণ্ড চ'চিঅ-চাইক'লজীকেল ইছু" শীৰ্ষক এখন সময়োপযোগী ৱেবিনাৰ অনুষ্ঠিত হৈ যায়। অধ্যক্ষ ড: অৰূপ কুমাৰ বৰাৰ উদ্বোধনী ভাষণ
Read More...