Breaking

Browsing Category

স্থানীয় বাৰ্তা

নগাঁৱত দন্ত চিকিৎসালয়ত অগ্নিকাণ্ড

নগাঁও :  নগাঁও চহৰৰ হয়বৰগাঁৱৰ ডি ডি কমাৰ্চিয়েল নামৰ এখন ব্যক্তিগত দন্ত চিকিৎসালয়ত কালি পুৱা এক অগ্নিকাণ্ডৰ ঘটনা  সংঘটিত হয়। চহৰখনৰ এছ এম এছ ৰোডত থকা চিকিৎসালয়খনত সংঘটিত এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি  স্থানীয় ৰাইজে লগে লগে অগ্নিনিৰ্বাপক
Read More...

দুৰ্নীতিৰ বিৰোধিতা কৰি ৰাইজৰ সেৱা কৰিবলৈ সাজু হৈছে ননৈ চেৰফাং সমষ্টিৰ ভোটাৰ্চ পাৰ্টিৰ প্ৰাৰ্থী…

টংলা : সমাগত বি টি চি নিৰ্বাচন, মহামাৰীৰ ভয়াৱহতাৰ বাবে নিৰ্বাচন পিছুৱাই দিয়া হৈছে যদিও পিছ পৰি থকা নাই বি টি চিৰ ৰাজনৈতিক দৈনিক সলনি হৈছে বিটিচি নিৰ্বাচনৰ সমীকৰণ, দৈনিক সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপটত, কোনে গঠন কৰিব বি টি চি পৰিষদ সেই লৈ
Read More...

বিধায়িকা আঙুৰলতাৰ পুখুৰী বিতৰ্কক লৈ সংবাদমেল : বিধায়িকাৰ বিৰুদ্ধে ফেচবুক পোষ্ট দি ২৪ ঘণ্টাৰ ভিতৰতে…

নগাঁও : বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ফেচবুকত মন্তব্য কৰি পাখি কটা গ'ল এজন বিজেপি নেতাৰ।এই বিজেপি নেতাজন হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কলিয়াবৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল মেধি। যোৱা ৬ আগষ্টত আঙুৰলতা ডেকাক লগত লৈ
Read More...

প্ৰবীন কংগ্ৰেছ নেতা শশী থাৰুকৰ মন্তব্য : কংগ্ৰেছ দলত এজন পূৰ্ণ পৰ্যায়ৰ সভাপতিৰ প্ৰয়োজন

দৈনন্দিন বাৰ্তা ডেস্ক : কংগ্ৰেছ দলত এজন পূৰ্ণ পৰ্যায়ৰ সভাপতিৰ প্ৰয়োজন বুলি প্রাক্তন কেন্দ্রীয় মন্ত্রী আৰু প্ৰবীন কংগ্ৰেছ নেতা শশী থাৰুকে উল্লেখ কৰিছে৷ এক সাক্ষাৎকাৰত থাৰুকে কয় যে কট্টৰহীন আৰু অবিচল থকা কংগ্ৰেছৰ পূৰ্ণ ম্যাদী সভাপতি
Read More...

বিধায়ক শিলাদিত্যক সকীয়নি গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

নাজিৰা : গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দ্বাৰা প্ৰেৰিত এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ বিষয়ববীয়াসকলে শোণিতপুৰৰ ঠেলামৰা কাণ্ডক সাঙুৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভপতি, পদ্মশ্ৰী, পদ্মভুষন বৰেণ্য সাহিত্যিক চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী
Read More...

‘কা’ বাতিলৰ দাবীত টিংখাঙত যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ

টিংখাং : ডিব্ৰুগড় জিলাৰ টিংখাঙত 'কা' বাতিলৰ দাবীত অসম যুৱ ছাত্ৰ পৰিষদে স্থানীয় শতাধিক নেতা কৰ্মীয়ে কালি এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিষদৰ জিলা সমিতিৰ আহ্বানত ৰূপায়ণ কৰা কাৰ্যসূচীত টিংখাঙৰ লগতে ৰাজগড় আঞ্চলিক সমিতিৰ বিষয়ববীয়া তথা
Read More...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিজেপি সদস্যৰ প্লাজমা দান

দৈনন্দিন বাৰ্তা ডেস্ক : কৰোনা আক্ৰান্ত ব্যক্তি সুষ্ঠ হোৱাৰ পিছত নিজৰ ৰক্তদান অৰ্থাৎ প্লাজমা দানেৰে আন দুগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰি৷ ইয়াৰ বাবেই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন কভিড আক্ৰান্ত ব্যক্তি সুষ্ঠ
Read More...

‘কা’ বাতিলৰ দাবীত ডিকমত মটক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তা ডেস্ক : নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা-২০২০ বাতিল কৰা, অখিল গগৈক মুক্তি দিয়াৰ দাবীত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ডিকমত প্ৰতিবাদ সাব্যস্ত কৰে উজনি অসমৰ মটক জনগোষ্ঠী অন্যতম
Read More...

কামপুৰৰ তেতেলিসৰা গুজুঙা ডুবা বিলত হাজাৰ হাজাৰ মাছৰ অস্বাভাৱিক মৃত্যু

নগাঁও : দেই পুৰি নিয়া গৰমত দহিছে সমগ্ৰ ৰাজ্যবাসী। প্ৰচণ্ড গৰমৰ তাপে দহিছে আনকি জীৱকুলকো। প্ৰখৰ ৰ'দৰ উত্তাপে এতিয়া নদ, নদী, খাল, বিলৰ পানীও গৰম কৰি তুলিছে। যাৰ ফলত পানীত থকা জীৱকুলো গৰমৰ পৰা পৰিত্ৰাণ পোৱা নাই। উৎকট গৰম আৰু প্ৰখৰ ৰ'দৰ বাবেই
Read More...

চন্দনগিৰি পথৰ বিধস্ত ৰূপে দুৰ্ভোগ ভোগাইছে পথচাৰীক

দৈনন্দিন বাৰ্তা ডেস্ক : গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ চন্দনগিৰি পথৰ বিধস্ত ৰূপে দুৰ্ভোগ ভোগাইছে পথচাৰীৰ লগতে স্হানীয় অঞ্চলবাসী ৰাইজক৷ শিলপুখুৰীৰ পৰা নৱগ্ৰহ সংযোগী পথচোৱাত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ পথচোৱাৰ একাংশ ঠাইত খলাবমা হৈছে৷
Read More...