Breaking

Browsing Category

স্থানীয় বাৰ্তা

টীয়কত যুৱ-ছাত্ৰ পৰিষদৰ সাহাৰ্য বিতৰণ

মুদৈজান : আজি যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়ক বগৰীগুৰি অঞ্চলত বানপীড়িত ৰাইজৰ মাজত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত প্ৰমুখ্যে যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা
Read More...

ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড : ৱেব ৰ্পটেলৰ সাংবাদিক বীজেন দ্বীপক হত্যা

তিনিচুকীয়া : তিনিচুকীয়া ন-পুখুৰীত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডই ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টী কৰিছে। নিজ কাৰ্যালয়ৰ ভিতৰতে বীজেন দ্বীপক সাংবাদিক হত্যা কৰি দুদিন পুৰ্বে পেলাই যোৱা বুলি অনুমান কৰা হৈছে। জ্যোতিনগৰৰ এটা ভাড়াঘৰত ৰ্পটেলৰ নিজ
Read More...

নগাঁও বন বিভাগৰ দ্বাৰা জব্দ চোৰাং কাঠ ভৰ্তি বাহন

নগাঁও : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত এটি অভিযানকাৰী দলে যোৱা নিশা প্ৰায় ৯:৩০ বজাত জিলাখনৰ মিছা আৰক্ষী নিৱেশৰ সমীপত অতৰ্কিতে এক অভিযান চলাই মূল্যবান মাকৈ শাল আৰু
Read More...

টংলাৰ পলাহগড়ত পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ : শতাধিক মহিলাই নিৰ্মাণ কৰিলে খহনীয়াত ক্ষতিগ্রস্ত পথৰ দলং

টংলা : ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলাৰ নিকটবর্তী পলাহগড়ত পথৰ দুৰৱস্হাত অতিষ্ঠ ৰাইজ ৩ খন গাওঁ সংযোগী শ্বহীদ প্ৰবীণ ডেকাৰ নামত উৎসৰ্গিত পথেৰে নাযায় এম্বুলেন্স ফলত বিভিন্ন ৰোগীৰ লগতে গৰ্ভৱতী মহিলাও ১.৫ কিলোমিটাৰ
Read More...

কা, ই আই এ বাতিলৰ দাবীত পানীতোলাত আছুৰ অবস্থান ৰ্ধমঘট

তিনিচুকীয়া : তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই পানীতোলাত নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু ই আই এ বাতিলৰ দাবীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীত
Read More...

মথুৰাপুৰত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা, স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

গেলেকী :  নাজিৰা মহকুমা সমীপৰ মথুৰাপুৰত ৭ আগষ্টৰ নিশা এগৰাকী প্ৰাপ্তঃবয়স্ক মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। মথুৰাপুৰ বিছানগৰত উক্ত ঘটনাটো সংঘটিত হৈছে৷ মহিলাগৰাকীৰ শৰীৰত কিছু আঘাতৰ চিন পোৱাত এই মৃত্যু ৰহস্যজনক বুলিও মন্তব্য কৰিছে
Read More...

চেৰেকাপাৰ হলিনেম বিদ্যালয়ৰ ছাত্ৰৰ বৈজ্ঞানিকতাৰ চমক

গেলেকী : শিৱসাগৰ জিলা অন্তৰ্গত তথা চেৰেকাপাৰস্থিত হলিনেম বিদ্যালয়ৰ দশম শ্ৰেণী ছাত্ৰৰ অভিনৱ প্ৰচেষ্টাত গঢ়ি উঠিছে কিছু নতুনত্ব ৰাজহুৱা আৱিস্কাৰ। লকডাউনৰ বাবে অফুৰন্ত সময় লাভ কৰা প্ৰতিজনে ব্যস্ত হৈ পৰিছে সৃষ্টিশীল কাৰ্যত৷ প্ৰতিভা বিকাশ
Read More...

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ৰাজগড়ত তাঁতশাল বিতৰণ

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ ৰাজগড় বিহুতলীত গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্হিতিত তাঁতশাল বিতৰণ কৰা হয়৷ ৫৩ নং পূৱ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত চানমাৰি, লাচিত নগৰ, ৰাজগড়,
Read More...

সোণতলীত ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰা চাৰি অপৰাধীক আটক

সোণতলী : সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সংঘটিত কৰা কোটি টকীয়া কেলেংকাৰীৰ লগত জড়িত চাৰি অপৰাধীক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ জানিব পৰা মতে সোণতলী আৰক্ষীয়ে এক এজাহাৰৰ ভিত্তিত প্ৰথমে চাৰিজনকৈ অপৰাধীক আটক কৰে আৰু নিশাৰ ভিতৰতে বকো থানালৈ
Read More...

৯ আগষ্টত ‘ৰেল বচাও, দেশ বচাও’ গণ আন্দোলন ৰেলৱে মজদুৰ ইউনিয়নৰ

তিনিচুকীয়া : 'কৰিম নাইবা মৰিম' জাতিৰ পিতা মহাত্মা গান্ধীৰ এই অমোঘ বাণী শিৰোগত কৰি এইবাৰ ৰে'ল শ্ৰমিকসকলে দেশৰ সম্পদ আৰু শিল্প ৰক্ষাৰ গণ আন্দোলনৰ হুংকাৰ দিছে। ৰে'ল শ্ৰমিকসকলৰ অন্যতম শক্তিশালী সংগঠন এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে অহা ৯ আগষ্টত
Read More...