Breaking

Browsing Category

স্থানীয় বাৰ্তা

ড্ৰাগছৰ বিৰুদ্ধে টীয়কত প্ৰতিটো দল-সংগঠনৰ ঐক্যবদ্ধ প্ৰতিবাদ

ভগামুখ : নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ থেলি দিব বিচৰা ড্ৰাগছৰ কু-চক্ৰক উভালি পেলোৱাৰ বাবে এইবাৰ টীয়কৰ প্ৰতিটো দল-সংগঠনে একেলগে আৰম্ভ কৰিছে সংগ্ৰাম ৷ সকলো টীয়কবাসী ৰাইজৰ সহযোগত আজি টীয়ক আৰক্ষী থানাৰ সন্মুখত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, 
Read More...

চতিয়াত ছাত্ৰ সন্থাৰ বিষয়ববীয়াসহ ‘কা’ বিৰোধী আন্দোলনত জড়িত ১৩ গৰাকী বিজেপিত যোগদান

জামুগুৰিহাট : যিটো সময়ত সদৌ অসম ছাত্ৰ সন্থাই ২০২১ত অনুষ্ঠিত হ'ব লগা ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে নতুন ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সময়তে কালি চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত আছুৰ
Read More...

নায়েৰ আলগাত বিধ্বংসী অগ্নিকাণ্ড, পাঁচটা পৰিয়ালৰ ১৫ টা বাসগৃহ ভষ্মীভূত

লক্ষীগঞ্জ : চলিত মাহত চাৰিটা কৈ বানপানীয়ে জোঁকাৰি যোৱা বিলাসীপাৰা মহকুমাৰ নায়েৰ আলগা ৪ৰ্থ খণ্ড গাঁৱত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ। বিধ্বংসী অগ্নিকাণ্ডত গাঁওখনৰ পাঁচটা পৰিয়ালৰ প্ৰায় ১৫ টাকৈ বাসগৃহ জুইত জাহ যায়। গাঁওখনৰ
Read More...

ডবকাত আম আদমী পাৰ্টিৰ সভা, হোজাইৰ তিনিওটা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ পৰিকল্পনা আম আদমীৰ

ডবকা : আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে। প্ৰতিটো ৰাজনৈতিক দলে আৰাম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ, পিছ পৰি থকা নাই আম আদমী পাৰ্টিয়েও, হোজাই জিলাত এইবাৰ আম আদমী পাৰ্টিয়ে যমুনামুখ, হোজাই আৰু লামডিঙ সমষ্টিত সমষ্টিত
Read More...

হোজাই শংকৰদেৱনগৰ আদালত চৌহদত ন্যায় বিচাৰি এগৰাকী ভুক্তভোগী মহিলাৰ উচুপনি

ডবকা : হোজাই জিলাৰ শংকৰদেৱনগৰ আদালত চৌহদত কালি প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত এগৰাকী মহিলাৰ হিয়াভগাঁ কান্দোনে সকলোকে আচৰিত কৰি তোলে৷ বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে এজন লম্পটৰ লগত তিনি বছৰ সংসাৰ কৰিছিল এই মহিলাগৰাকীয়ে৷ তিনিবছৰৰ অন্তত এটি পুত্ৰ
Read More...

মাজুলীবাসীৰ বাবে ৬ আগষ্ট দিনটো স্মৰণীয় হৈ ৰ’ৱ। মাজুলী যোৰহাট সংযোগী দলঙৰ পথৰেখা সন্দৰ্ভত…

মাজুলি : অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ স্থিৰ কৰা প্ৰস্তাৱিত "মাজুলী-যোৰহাট সংযোগী দলঙ"ৰ পথৰেখা (এলাইনমেণ্ট) সন্দৰ্ভত মাজুলী জিলাবাসীৰ মতামত গ্ৰহণৰ প্ৰক্ৰিয়া কালিৰ পৰা আৰম্ভ হৈছে। গড়কাপ্তানী বিভাগ
Read More...

টীয়কত পিতা-পুত্ৰৰ অভিনৱ সজাগতা, চাইকেল চলাওক সুস্থ থাকক

ভগামুখ : সময় বাগৰাৰ লগে লগে আধুনিক সমাজখনৰ পৰা হেৰাই যাব ধৰিলে পিতা-পুত্ৰৰ বন্ধুত্বপূৰ্ণ সম্বন্ধ৷ সন্তান আৰু অভিভাৱকৰ এই ব্যৱধানৰ বাবেই সমাজত কৈশোৰ তথা যুৱ সমাজৰ মাজত দিনে দিনে বাঢ়িছে ড্ৰাগছ মাদক দ্ৰব্যৰ প্ৰচলন৷ এনে সময়তে টীয়কৰ পিতাই পুতাই
Read More...

শক্তি বিভাগৰ বিৰুদ্ধে মাজুলীত আছুৰ প্ৰতিবাদ; কাৰ্যালয় ঘেৰাও

উজনি-মাজুলী : লোডশ্বেদিঙৰ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে উজনি মাজুলীৰ জনসাধাৰণ ৷ উৎকট গৰমে যি সময়ত ৰাজ্য দহিছে সেই সময়ত উজনি মাজুলীত বিদ্যুৎ কৰ্টনে ৰাইজক জ্বলা কলা খুৱাইছে ৷ আজি জেংৰাই আঞ্চলিক ছাত্ৰ সন্থা আৰু ভকতিদুৱাৰ আঞ্চলিক ছাত্ৰ
Read More...

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণক লৈ দেশবাসীৰ অভূতপূৰ্ব সহাৰি : ৰাম মন্দিৰৰ ভূমি পুজনক লৈ গুৱাহাটীত পূজা…

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ পাচশ বছৰীয়া প্ৰতীক্ষাৰ অন্তত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন কৰিলে৷ ইয়াকে লৈ দেশবাসী জনসাধৰণে যথেষ্ট উৎসাহী হোৱা দেখা গৈছে৷ ইয়াৰ
Read More...

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰস্তুতি মাজুলী জিলা প্ৰশাসনৰ

উজনি-মাজুলী : ক'ভিড-১৯ প্ৰট'কল অনুসৰণ কৰি মাজুলী জিলাতো দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে মাজুলী জিলা প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত বুধবাৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ নাগৰিক সমাজৰ প্ৰতিনিধিত্বকাৰী
Read More...