Breaking

Browsing Category

স্থানীয় বাৰ্তা

প্ৰাকৃতিক দুৰ্যোগ প্ৰসমন আইন উলংঘন কৰা অভিযোগত নলবাৰী জিলা কংগ্ৰেছ কমিটীয়ে বিধায়ক অশোক শৰ্মা আৰু…

নলবাৰী : প্ৰাকৃতিক দুৰ্যোগ প্ৰসমন আইন উলংঘন কৰা অভিযোগৰ ভিত্তিতে আজি জনপ্ৰতিনিধিৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে নলবাৰীত দাখিল কৰা হ'ল গোচৰ। প্ৰাকৃতিক দুৰ্যোগ প্ৰসমন আইন উলংঘন কৰা বাবে নলবাৰীৰ বিধায়ক অশোক শৰ্মা, পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল
Read More...

লকডাউনৰ সুযোগত চাউল চুৰিৰ অভিযোগ : হোজাইৰ বিভিন্ন প্ৰান্তত অৰ্থনৈতিক অপৰাধ শাখাৰ অভিযান

হোজাই : হোজাই জিলাৰ ডবকা সমবায় সমিতিৰ কাৰ্য্যালয়, লংকা দগাঁও আৰু হোজাই জন কল্যাণ সমবায় সমিতিত মঙলবাৰে অতৰ্কিতে অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ পাচজনীয়া এটি দলে অভিযান চলায় বিভিন্ন নথিপত্ৰ জব্দ কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি
Read More...

জুবিন গাৰ্গৰ আদৰ্শৰে পৰিচালিত ৰুমাল লাইভৰ উদ্যোগত বান সাহাৰ্য দিয়াৰ প্ৰস্তুতি

উজনি-মাজুলী : অসমৰ জনপ্ৰিয় তথা ব্যতিক্ৰমী ফেচবুক পেজ ৰুমাল লাইভে মাজুলীৰ বানপীড়িত ৰাইজৰ মাজত কিছু পৰিমাণে সাহাৰ্য দিয়াৰ বাবে প্ৰস্তুতি চলাইছে। কালি মাজুলী "সোনাৰিআটী চাৰিআলিৰ পৰা আৰম্ভ কৰি গড়মূৰ, কমলাবাৰীকে আদি কৰি বিভিন্ন ঠাইৰ পৰা ৰুমাল
Read More...

দুৰ্যোগৰ সময়তো অব্যাহত বি পি চি এলৰ এল পি জি সেৱা। হোৱাটচ এপ্ গ্ৰুপৰ মাধ্যমৰে সেৱা আগবঢ়াইছে বসুন্ধৰা…

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাট : মহামাৰী ক’ভিড-১৯ৰ বাবেই দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰ বজাৰ সমাৰকে আদি কৰি সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হােৱাৰ সময়তে বি পি চি এলৰ এল পি জি প্লান্ট,এল পি জি বিতৰক আৰু ডেলিভাৰী বয় আদিয়ে
Read More...

যমুনামুখৰ বন্ধন বেংক কন্টেইনমেন্ট জ’ন ঘোষণা

ডবকা : হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত চাৰিজনকৈ কৰ্মচাৰীৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰাৰ চাঞ্চল্য মাৰ নাযাওঁতেই যমুনামুখত গণ সংক্ৰমণৰ দিশে গতি কৰিছে। যমুনামুখত থকা বন্ধন বেংকৰ কাৰ্যালয়ৰ চাৰিজনকৈ কৰ্মচাৰীৰ দেহত কভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ
Read More...

কৃষক নেতা অখিল গগৈ আৰু দেৱাঙ্গনা কলিতাৰ বিনা চৰ্তে মুক্তিৰ দাবীত নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ…

নলবাৰী : আজি নলবাৰী চহৰৰ এন টি ৰোডত কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। প্ৰায় শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে অখিল গগৈ আৰু দেৱাঙ্গনা কলিতা মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে
Read More...

নলবাৰীৰ দুধনাথ বিগ্ৰহত বিধায়ক অশোক শৰ্মাৰ হোম-যজ্ঞ লগতে হিন্দু ক্ৰান্তি দল আৰু হিন্দু যুৱ ছাত্ৰ…

নলবাৰী : আজি পবিত্ৰ আযোধ্যাত পাঁচশ বছৰীয়া এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত ৰাম মন্দিৰৰ ভূমি পূজনৰ লগতে হ'ল শিলান্যাস। আযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ লগত সংগতি ৰাখি নলবাৰীৰ খাৰঝাৰাৰ ১০০৮ দুধনাথ বিগ্ৰহ সন্যাসী আশ্ৰমত অনুষ্ঠিত হ'ল বিষ্ণু যজ্ঞ।
Read More...

গ্ৰাম্যাঞ্চলৰ পথসমূহ চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ পৰা আজিও বঞ্চিত । কুঁজিবালি চটাই আলি পৰা হাৰিপৰা আলি…

গেলেকী :  শিৱসাগৰ জিলা অন্তৰ্গত ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টি হাঁহচৰা গাঁও পঞ্চায়তৰ এলেকা ১০ নং মৈৰামৰা ৱাৰ্ড  আৰু ৭ নং জাঠিপতীয়া ৱাৰ্ডৰ অন্তৰ্গত কুজিবালি চটাই আলি সংযোগী লংকাক গোঁহাই সম্প্ৰসাৰিত প্রায় আঢ়ৈ কিঃ মিঃ আলি গোবাটলৈ পৰিণত
Read More...

টিংখাঙৰ বিধায়ক বিমল বড়াৰ গ্ৰেপ্তাৰৰ দাবীত চিপিআই (এম এল)ৰ প্ৰতিবাদ

টিংখাং : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক টিংখাং আৰক্ষীয়ে লকডাউনৰ নিয়ম উলংঘা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা ঘটনাৰ প্ৰতিবাদত আৰু বিনাচৰ্তে মুক্তিৰ দাবীত কালি চিপিআই (এম
Read More...

যৌতুকৰ বাবে স্বামীগৃহই নিৰ্মমভাৱে অত্যাচাৰ কৰা মহিলাৰ মৃত্যু। তিনিমাহ মৃত্যুৰে যুঁজি হাৰ মানিলে…

নগাঁও : যৌতুকৰ বাবেই ৩ মাহ মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে এগৰাকী মহিলাই। ৰাজ্যত নিতৌ বৃদ্ধি পাইছে যৌতুকজনিত ঘটনা৷ তেনে এক ঘটনাৰেই পুনৰাবৃত্তি ঘটিছে নগাঁও জিলাৰ উলুৱনী আৰক্ষী থানা চুলোং আৰক্ষী চকীৰ ১ নং বৰঘুলিত৷ ৩ বছৰ আগতে ১ নং বৰঘুলিৰ
Read More...