Breaking

Browsing Category

স্থানীয় বাৰ্তা

নলবাৰীত সাংবাদিক সন্মিলন আৰু আলোচনা সত্ৰ

দৈনন্দিন বাৰ্তা, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট সাংবাদিক ৰোহিনী মেধি স্মৃতি সাংবাদিক সন্মিলন আৰু আলোচনা সত্ৰ আজি অনুষ্ঠিত কৰা হয়। নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ত "ভাষাৰ শুদ্ধ প্ৰয়োগত সংবাদ মাধ্যমৰ ভুমিকা" শীৰ্ষক
Read More...

পানীত পৰি তিনি বছৰীয়া শিশুৰ মৃত্যু

উজনি-মাজুলী : উজনি মাজুলী জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত বৰপমুৱা গাঁৱৰ নিবাসী মনজ্যোতি দলেৰ একমাত্ৰ পুত্র হিমাংশু দলে নামৰ তিনি বছৰীয়া শিশুটি ২ আগষ্টৰ আবেলি পাঁচ বজাত পানীত পৰি আকস্মিক ভাৱে মৃত্যুক সাৱটি লয়। জনা মতে মনজ্যোতি দলেৰ ঘৰৰ
Read More...

গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ খিলঞ্জীয়া মুছলিম জনগোষ্ঠীৰ সংবাদমেল

নাজিৰা : "চৰকাৰ সলনি হ'ল, কিন্তু বাংলাদেশী লবিৰ প্ৰভাৱৰ পৰা চৰকাৰ মুক্ত নহ'ল।" শাসনাধিষ্ট চৰকাৰ খনৰ বিৰূদ্ধে এই গুৰুতৰ অভিযোগ গৰিয়া মৰিয়া দেশী সমন্বয় ৰক্ষী সমিতিৰ। ইছলাম ধৰ্মী খিলঞ্জীয়া সংগঠনৰ উমেহতীয়া মঞ্চ গৰিয়া মৰিয়া দেশী সমন্বয় ৰক্ষী
Read More...

গেলেকীত বাঘজান কাণ্ডৰ পুনৰাবৃত্তি : তৈল খাদত গেছ নিৰ্গত, আতংকিত ৰাইজৰ গাওঁ এৰি পলায়ন

গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত গেলেকী সেউজ চাপৰিৰ ২নং অ' এন জি চি তৈল খাদত ভয়ংকৰ বিস্ফুৰণ। ৩ অক্টোবৰৰ আবেলি সংঘটিত হৈছে গেছ পাইপ বিস্ফোৰণ তথা প্ৰচণ্ড জোকাৰণি। জিচিপি ও চিপিপি নামৰ নিগমৰ তৈল খাদটোৰ নিম্নগামী অথবা দুৰ্বল পাইপ লাইনৰ মেৰামতি
Read More...

১০ আগষ্টত অসমত “জেল ভৰো” আন্দোলন এআইচিচিটিইউৰ

তিনিচুকীয়া : এ.আই.চি.চি.টি.ইউৰ অসম ৰাজ্যিক তথা অন্যতম সৰ্বভাৰতীয় সম্পাদক সুভাষ সেনে প্ৰেছ বিবৃতি যোগে বৃহত্তৰ বিজয়ৰ বাবে বৃহত্তৰ সংগ্ৰাম আৰু বৃহত্তৰ সংগ্ৰামৰ বাবে বৃহত্তৰ ঐক্য গঢ়ি তোলাৰ লক্ষ্যত মোদীৰ দেশ বিক্ৰীৰ অভিযানৰ নীতিৰ বিৰুদ্ধে
Read More...

টীয়কত গঢ়ি উঠা নিষিদ্ধ ড্ৰাগছ ব্যৱসায় তৎকালীনভাৱে উচ্ছেদ আৰু এই অবৈধ ব্যৱসায়ৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ…

মুদৈজান : অসমৰ অন্যান্য ঠাইৰ লগতে যোৰহাট জিলাৰ টীয়কতো এতিয়া সহজলভ্য হৈ পৰিছে নিষিদ্ধ ড্ৰাগছ। ইমানেই উঠি অহা যুৱ প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্তি বাঢ়ি গ'ল যে দেওবাৰে অত্যাধিক ড্ৰাগছ সেৱণ কৰাৰ ফলত মৃত্যুক সাৱটি ল'বলগীয়া হ'ল টীয়ক বামুণপুখুৰীৰ
Read More...

ডিব্ৰুগড় জিলা কৃষক মুক্তিৰ দুই নেতাক গ্ৰেপ্তাৰ, কংগ্ৰেছৰ প্ৰতিবাদী শোভাযাত্ৰা, আছুৰ মটৰ চাইকেলৰ…

টিংখাং : কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদকদ্বয় শশী শেনছোৱা আৰু হেমন্ত কোঁৱৰক দেওবাৰৰ নিশা জিলাখনৰ টিংখাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰি নিশা টিংখাং থানাত ৰখাৰ পাছত আজি পুৱাই  দুয়োগৰাকী নেতাকে
Read More...

মাজুলীত কলাগুৰু উদীয়মান যুৱ মঞ্চ বনগাঁও মাজুলীৰ বান সাহাৰ্য বিতৰণ

উজনি-মাজুলী : সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যখনতো বৰ্তমান ক'ৰণাই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতেই বানপানীয়ে যথেষ্ট ক্ষতি সাধন কৰিছে। বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে সহায়ৰ হাত আগবঢ়াই আহিছে।
Read More...

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপিৰ চৰম প্ৰতাৰণা ৷ নিৰ্বাচনৰ আগে আগে বিজেপিয়ে আকৌ দেখুৱাব ভেল্কীবাজ…

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে৷ ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ কালত বঙাইগাঁৱৰ এখন জনসভাত টাই, আহোম, কোচ ৰাজবংশী, মৰান, মটক, চুতীয়া আৰু আদিবাসী  বুলি
Read More...

সোণতলীৰ জাওঁকাটাত অখিল গগৈৰ মুক্তিৰ দাবীত মিঞা পৰিষদৰ প্ৰতিবাদ

সোণতলী : দক্ষিণ কামৰূপৰ জাওঁকাটা  কলহীপাৰ আঞ্চলিক বজাৰ প্ৰাংগণত আজি অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ জাওঁকাটা কলহীপাৰ বজাৰ ক্লাৱ আৰু ৰাইজৰ
Read More...